জন ঔষধি দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ মাৰ্চৰ দুপৰীয়া ১২.৩০বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে জন ঔষধি যোজনাৰ স্বত্তাধিকাৰী আৰু উপভোক্তাসকলৰ সৈতে মতবিনিময় কৰিব। মতবিনিময়ৰ পিছত তেওঁ অুষ্ঠানত ভাষণ আগবঢ়াব। এই অনুষ্ঠানৰ বিষয়বস্তু হ’ল-‘জন ঔষধি, জন উপযোগী।’

জেনেৰিক ঔষধ আৰু জন ঔষধি যোজনাৰ উপযোগিতা সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ ১ মাৰ্চৰ পৰা দেশজুৰি জন ঔষধি সপ্তাহ পালন কৰা হৈছে।

দেশৰ নাগৰিকক সূলভমূল্য আৰু সহজলভ্য দৰৱ আগবঢ়াবলৈ প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে দেশৰ ভিন্ন প্ৰান্তত এতিয়ালৈকে ৮৬০০টা জন ঔষধি কেন্দ্ৰ গঢ়ি তোলা হৈছে।

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Khadi products witnessed sale of Rs 12.02 cr at Maha Kumbh: KVIC chairman

Media Coverage

Khadi products witnessed sale of Rs 12.02 cr at Maha Kumbh: KVIC chairman
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মাৰ্চ 2025
March 09, 2025

Appreciation for PM Modi’s Efforts Ensuring More Opportunities for All