প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে পুৱা ১০:৩০ বজাত উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপ’ মাৰ্টত SEMICON India 2024 উদ্বোধন কৰিব। এই অনুষ্ঠানত তেওঁ ভাষণো আগবঢ়াব।

ভাৰতক অৰ্ধপৰিবাহী ডিজাইন, উৎপাদন, আৰু প্ৰযুক্তি বিকাশৰ বাবে বিশ্বব্যাপী কেন্দ্ৰ হিচাপে স্থান দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে এই পদক্ষেপৰ আছে গভীৰ সম্পৰ্ক। ১১ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈ চলিবলগীয়া SEMICON India 2024 "Shaping the Semiconductor Future" শীৰ্ষক বিষয়বস্তুৰ অধীনত অনুষ্ঠিত হ'ব।

তিনিদিনীয়া এই সন্মিলনত ভাৰতৰ অৰ্ধপৰিবাহী কৌশল আৰু নীতিৰ ওপৰত আলোকপাত কৰা হ’ব, যাৰ লক্ষ্য হৈছে দেশখনক বিশ্বব্যাপী অৰ্ধপৰিবাহী কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা। এই অনুষ্ঠানত বিশ্বৰ অৰ্ধপৰিবাহী কোম্পানীসমূহৰ শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় নেতা, উদ্যোগ বিশেষজ্ঞ, আৰু ২৫০ জনতকৈ অধিক প্ৰদৰ্শক আৰু ১৫০ জন বক্তাক একত্ৰিত কৰিব।

 

  • Jitendra Kumar April 11, 2025

    🙏🇮🇳❤️
  • Jitendra Kumar April 11, 2025

    🙏🇮🇳❤️
  • Ratnesh Pandey April 10, 2025

    भारतीय जनता पार्टी ज़िंदाबाद ।। जय हिन्द ।।
  • Ratnesh Pandey April 10, 2025

    अब हर बार मोदी सरकार
  • Yogendra Nath Pandey Lucknow Uttar vidhansabha November 10, 2024

    namo
  • ram Sagar pandey November 07, 2024

    🌹🙏🏻🌹जय श्रीराम🙏💐🌹जय माँ विन्ध्यवासिनी👏🌹💐जय माता दी 🚩🙏🙏🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹
  • ram Sagar pandey November 07, 2024

    🌹🙏🏻🌹जय श्रीराम🙏💐🌹जय माता दी 🚩🙏🙏🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹
  • Chandrabhushan Mishra Sonbhadra November 03, 2024

    jay shree
  • Avdhesh Saraswat October 31, 2024

    HAR BAAR MODI SARKAR
  • Raja Gupta Preetam October 17, 2024

    जय श्री राम
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Maratha bastion in Tamil heartland: Gingee fort’s rise to Unesco glory

Media Coverage

Maratha bastion in Tamil heartland: Gingee fort’s rise to Unesco glory
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জুলাই 2025
July 21, 2025

Green, Connected and Proud PM Modi’s Multifaceted Revolution for a New India