Quoteউত্তৰাখণ্ডত প্ৰৱৰ্তন কৰিবলগীয়া এইখন প্ৰথমখন বন্দে ভাৰত
Quoteপ্ৰধানমন্ত্ৰীয়ে লগতে নতুনকৈ বৈদ্যুতিকৰণ কৰা ৰে’ল পথৰ অংশ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব আৰু উত্তৰাখণ্ডৰ ৰে’লপথৰ ১০০% বৈদ্যুতিকৰণ কৰা ৰাজ্য হিচাপে ঘোষণা কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে দেৰাডুনৰ পৰা দিল্লীলৈ চলিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছৰ প্ৰাৰম্ভিক যাত্ৰাৰ শুভাৰম্ভ কৰিব৷

উত্তৰাখণ্ডত প্ৰৱৰ্তন কৰিবলগীয়া এইখন প্ৰথমখন বন্দে ভাৰত ৰে’ল৷ বিশ্বমানৰ সুবিধাসম্পন্ন এই ৰে’লখনে আৰামদায়ক যাত্ৰা অভিজ্ঞতা, বিশেষকৈ ৰাজ্যখনলৈ ভ্ৰমণৰ বাবে অহা পৰ্যটকৰ বাবে এক নতুন যুগৰ সূচনা কৰিব৷ থলুৱাভাৱে নিৰ্মিত এই ৰে’লখনত কবক প্ৰযুক্তিকে ধৰি অত্যাধুনিক সুৰক্ষা ব্যৱস্থাৰে সমৃদ্ধ৷

ৰাজহুৱা পৰিবহণৰ স্বচ্ছতা প্ৰদানৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ ভাৰতীয় ৰে’লৱে দেশৰ ৰে’ল পথ সম্পূৰ্ণৰূপে বৈদ্যুতীকৰণ কৰাৰ অভিযানত নামি পৰিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডৰ নতুনকৈ বৈদ্যুতিকৰণ কৰা ৰে’ল লাইনৰ অংশ উচৰ্গা কৰিব। ইয়াৰ লগে লগে ৰাজ্যখনৰ সমগ্ৰ ৰে’লপথ ১০০% বিদ্যুৎ সংযোগ হ’ব। বিদ্যুৎ পৰিবাহী অংশত বৈদ্যুতিক ট্ৰেকচনৰ দ্বাৰা চলোৱা ৰে’লৰ ফলত ৰে’লৰ গতি বৃদ্ধিৰ লগতে পৰিবহণ ক্ষমতা বৃদ্ধি পাব।

 

  • Jitendra Kumar June 07, 2025

    🙏🙏🙏🙏🙏
  • Jitendra Kumar June 07, 2025

    🙏🙏🙏🙏🙏🙏
  • Reena chaurasia August 27, 2024

    BJP BJP
  • Santhoshpriyan E October 01, 2023

    Jai hind
  • Ranoj Pegu July 01, 2023

    Namo Namo
  • Kunika Dabra May 27, 2023

    जय हिन्द जय भारत 🙏🏻🇮🇳
  • Kunika Dabra May 27, 2023

    भारत माता की जय 🙏🏻🚩
  • Kunika Dabra May 27, 2023

    एक भारत श्रेष्ठ भारत 🙏🏻🇮🇳🚩
  • Mitesh Mistri May 26, 2023

    🚩🚩🚩🚩
  • CHOWKIDAR KALYAN HALDER May 25, 2023

    missed the event watched the event later
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Reinventing the Rupee: How India’s digital currency revolution is taking shape

Media Coverage

Reinventing the Rupee: How India’s digital currency revolution is taking shape
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 জুলাই 2025
July 28, 2025

Citizens Appreciate PM Modi’s Efforts in Ensuring India's Leap Forward Development, Culture, and Global Leadership