Quoteবন্দে ভাৰত এক্সপ্ৰেছ গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ যাত্ৰা ৫ ঘণ্টা ৩০ মিনিটত সম্পূৰ্ণ কৰিব, ইয়াৰ বিপৰীতে বৰ্তমানৰ সবাতোকৈ দ্ৰুত ট্ৰেইনে এই যাত্ৰাৰ বাবে ৬ ঘণ্টা ৩০ মিনিট সময় লয়
Quoteপ্ৰধানমন্ত্ৰীয়ে নতুনকৈ বৈদ্যুতিকীকৰণ কৰা খণ্ডসমূহ সমৰ্পিত কৰিব আৰু নৱনিৰ্মিত ডেমু/মেমু শ্বেড উদ্বোধন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ মে'ৰ দুপৰীয়া ১২ বজাত অসমৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছ ট্ৰেইন ভিডিঅ'কনফাৰেন্সৰ জৰিয়তে পতাকা দেখুৱাই ৰাওনা কৰাব।

অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ট্ৰেইনে অঞ্চলটোৰ মানুহক দ্ৰুত গতিৰ লগতে আৰামত যাত্ৰা কৰাৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ ফলত ৰাজ্যখনত পৰ্যটনো উৎসাহিত হ'ব। গুৱাহাটীক নিউ জলপাইগুৰিৰ সৈতে সংযুক্ত কৰা এই ট্ৰেইনে এই দুই স্থানক সংযুক্ত কৰা বৰ্তমানৰ সবাতোকৈ দ্ৰুত ট্ৰেইনৰ তুলনাত, যাত্ৰাৰ সময়ত প্ৰায় ১ ঘণ্টাৰ ৰাহি কৰিব। বন্দে ভাৰতে ৫ ঘণ্টা ৩০ মিনিটত এই যাত্ৰা সম্পূৰ্ণ কৰিব, ইয়াৰ বিপৰীতে বৰ্তমানৰ সবাতোকৈ দ্ৰুত ট্ৰৈইনে এই যাত্ৰা সম্পূৰ্ণ কৰাত ৬ ঘণ্টা ৩০ মিনিট সময় লয়।

প্ৰধানমন্ত্ৰীয়ে ১৮২ ৰুট কিলোমিটাৰৰ নতুন বৈদ্যুতিকীকৰণ কৰা ৰে'ল-খণ্ডসমূহো সমৰ্পিত কৰিব। ইয়াৰ ফলত ট্ৰেইনে দ্ৰুত গতিত যোৱা আৰু ট্ৰেইনৰ যাত্ৰাৰ সময় হ্ৰাস কৰাৰ লগতে প্ৰদূষণমুক্ত পৰিবহণৰ সুবিধা প্ৰদান কৰাত সহায় হ'ব। ইয়াৰ ফলত ইলেক্ট্ৰিক লাইনত চলা ট্ৰেইনো মেঘালয়ত প্ৰৱেশ কৰাত সক্ষম হ'ব।

প্ৰধানমন্ত্ৰীয়ে অসমৰ লামডিঙত এক নৱনিৰ্মিত ডেমু/মেমু শ্বেডো উদ্বোধন কৰিব। এই নতুন সুবিধাৰ জৰিয়তে এই অঞ্চলত পৰিচালিত ডেমু ৰেকৰ চোৱা-চিতা কৰাত সহায় হ'ব, যাৰ ফলত উন্নত পৰিচালন ক্ষমতা আহৰণ হ'ব।

 

  • Rajeev soni February 04, 2024

    🇮🇳
  • Santhoshpriyan E October 01, 2023

    Jai hind
  • Ranoj Pegu July 01, 2023

    Namo Namo
  • Amit Jha June 26, 2023

    🙏🏼#ShriNarendraModijiisthearchitectofNewIndia
  • Amit Jha June 26, 2023

    🙏🏼🇮🇳 श्री नरेंद्र मोदी जी नए भारत के शिल्पकार हैं
  • Laxmi sahu June 07, 2023

    जय श्री राम
  • Sanjay Zala June 05, 2023

    🌾 🐅 🍁 It's Who's A Best Wishes Of A _ ' Very' Happy _ Environment. Cosponsored On A _ 'Green' & Clean Growth 04 A _ 'Earth' 🐆 🍀 🐈
  • Sanjay Zala June 04, 2023

    🎤 📻 🎙 📡 Watch In A _ 'Multiple' Broadcast Behand In A _ 'Pasar Bharatie' 📡 🎙 📻 🎤
  • brajeshrawat June 03, 2023

    जय हो 🙏
  • Sanjay Zala June 02, 2023

    🧘🏿‍♂️ 🌾 🍁 Remarkable On At The _ Glorious & Golden HISTORY Of A _ Cultured Be Were A. Cosponsored On A _ HISTORICAL _ Haritage Of A _ "Uniquely" 🚂 🎊 📱
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India Inc gets faster: Work-in-progress cycle drops to decade low at 14 days

Media Coverage

India Inc gets faster: Work-in-progress cycle drops to decade low at 14 days
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2025
July 23, 2025

Citizens Appreciate PM Modi’s Efforts Taken Towards Aatmanirbhar Bharat Fuelling Jobs, Exports, and Security