Quoteকাৰ্যসূচীৰ বিষয়বস্তু: “নিৰাপদ সমাজ, উন্নত ভাৰত–শাস্তিৰ পৰা ন্যায়লৈ”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ ডিচেম্বৰ, ২০২৪ৰ দুপৰীয়া ১২ বজাত চণ্ডীগড়ত তিনিখন পৰিৱৰ্তনশীল নতুন অপৰাধ আইন–ভাৰতীয় ন্যায়িক সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম–সফল ৰূপায়ণ দেশবাসীৰ নামত উৎসৰ্গা কৰিব।

স্বাধীনতাৰ পাছতো প্ৰৱৰ্তিত হৈ থকা ঔপনিৱেশিক যুগৰ আইনসমূহ আঁতৰাই, শাস্তিতকৈ ন্যায়ৰ ওপৰত গুৰুত্ব দি ন্যায়িক ব্যৱস্থাৰ পৰিৱৰ্তন সাধন ঘটাবলৈ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ পৰাই এই তিনিখন আইনৰ ধাৰণা অনুপ্ৰাণিত হৈছিল। এই কথা মনত ৰাখি এই কাৰ্যসূচীৰ বিষয়বস্তু হৈছে “নিৰাপদ সমাজ, উন্নত ভাৰত–শাস্তিৰ পৰা ন্যায়লৈ”।

২০২৪ চনৰ ১ জুলাইত সমগ্ৰ দেশতে কাৰ্যকৰী হোৱা নতুন অপৰাধমূলক আইনসমূহৰ লক্ষ্য হৈছে ভাৰতৰ আইনী ব্যৱস্থাক অধিক স্বচ্ছ, কাৰ্যক্ষম আৰু সমসাময়িক সমাজৰ প্ৰয়োজনীয়তাৰ সৈতে সামঞ্জস্যপূৰ্ণ কৰি তোলা। এই উল্লেখযোগ্য সংস্কাৰসমূহে ভাৰতৰ অপৰাধমূলক ন্যায় ব্যৱস্থাত এক ঐতিহাসিক পৰিৱৰ্তন সাধন কৰে, চাইবাৰ অপৰাধ, সংগঠিত অপৰাধৰ দৰে আধুনিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ আৰু বিভিন্ন অপৰাধৰ বলি হোৱা লোকসকলৰ ন্যায় নিশ্চিত কৰিবলৈ নতুন কাঠামো আনিছে।

কাৰ্যসূচীত এই আইনসমূহৰ ব্যৱহাৰিক প্ৰয়োগ প্ৰদৰ্শন কৰা হ’ব, য’ত ইতিমধ্যে ইয়াৰ দ্বাৰা অপৰাধমূলক ন্যায়ৰ পৰিৱেশ কেনেকৈ পুনৰ গঢ় লৈ উঠিছে সেয়া দেখুওৱা হ’ব। অপৰাধস্থলীৰ তদন্তৰ অনুকৰণ কৰি পোনপটীয়া প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হ’ব, য’ত নতুন আইনসমূহ কাৰ্যকৰী কৰা হ’ব।

 

  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 22, 2025

    my PAN
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 22, 2025

    me
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 22, 2025

    This is me
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 22, 2025

    Who is he
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 22, 2025

    who is he
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 22, 2025

    who is he
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 22, 2025

    Jitender Kumar Modi
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 22, 2025

    who is next CM of Haryana?
  • Brijesh varshney February 24, 2025

    🌹🌹अति सुंदर 🌹🌹⚘️ 🌹🌹 जय सियाराम 🌹🌹 🌹🌹🌹🌹🌹🌹🌹⚘️⚘️ 🐏🐏🐏🐏🐏🐏🐏🐏🐏🐏
  • krishangopal sharma Bjp February 24, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Operation Sindoor: A fitting blow to Pakistan, the global epicentre of terror

Media Coverage

Operation Sindoor: A fitting blow to Pakistan, the global epicentre of terror
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Haryana Chief Minister meets Prime Minister
May 21, 2025

The Chief Minister of Haryana, Shri Nayab Singh Saini met the Prime Minister, Shri Narendra Modi today.

The Prime Minister’s Office handle posted on X:

“Chief Minister of Haryana, Shri @NayabSainiBJP, met Prime Minister @narendramodi. @cmohry”