Quoteপ্ৰধানমন্ত্ৰীয়ে লোক প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰী পুৰস্কাৰ প্ৰদান কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ সংখ্যক লোকসেৱা দিৱস উপলক্ষে ২১ এপ্ৰিলৰ পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত লোক সেৱকসকলক সম্বোধন কৰিব। লগতে তেওঁ লোক প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰী পুৰস্কাৰো প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে সদায় সমগ্ৰ দেশৰ লোক সেৱকসকলক নাগৰিকৰ হিতত সমৰ্পিত হ’বলৈ, জনসেৱাৰ প্ৰতি দায়বদ্ধ হ’বলৈ আৰু নিজৰ কামত উৎকৃষ্টতা অৰ্জন কৰিবলৈ উৎসাহিত কৰি আহিছে। এই বছৰ প্ৰধানমন্ত্ৰীয়ে লোক সেৱকসকলক জিলাসমূহৰ সামগ্ৰিক উন্নয়ন, উচ্চাকাংক্ষী ব্লক কাৰ্যসূচী আৰু উদ্ভাৱনৰ শিতানত ১৬টা পুৰস্কাৰ প্ৰদান কৰিব। ইয়াৰ জৰিয়তে তেওঁলোকক সাধাৰণ নাগৰিকৰ কল্যাণৰ বাবে কৰা কামৰ বাবে সন্মানিত কৰা হ’ব।

 

  • Virudthan June 06, 2025

    🔴🔴🔴🔴 जय श्री राम 🌹जय श्री राम 🌹🌹🌹🔴🔴🔴🔴 🔴🌺🔴🔴 जय श्री राम 🌹जय श्री राम 🌹🔴🔴🔴🔴🔴🌹🔴🔴🔴🌹जय श्री कृष्ण 🌹चय श्री कृष्ण🌹🌹🌹🔴🌺🌹🔴🔴🔴🌹जय श्री कृष्ण 🌹चय श्री कृष्ण🌹🌹🌹🌹🔴🔴
  • Gaurav munday May 24, 2025

    🤣🌸🌸
  • Himanshu Sahu May 19, 2025

    👍👍
  • ram Sagar pandey May 18, 2025

    🌹🙏🏻🌹जय श्रीराम🙏💐🌹🌹🌹🙏🙏🌹🌹🌹🙏🏻🌹जय श्रीराम🙏💐🌹🌹🌹🙏🙏🌹🌹जय माँ विन्ध्यवासिनी👏🌹💐ॐनमः शिवाय 🙏🌹🙏जय कामतानाथ की 🙏🌹🙏🌹🌹🙏🙏🌹🌹🌹🙏🏻🌹जय श्रीराम🙏💐🌹जय श्रीराम 🙏💐🌹🌹🌹🙏🙏🌹🌹🌹🙏🏻🌹जय श्रीराम🙏💐🌹ॐनमः शिवाय 🙏🌹🙏जय कामतानाथ की 🙏🌹🙏जय माता दी 🚩🙏🙏
  • Jitendra Kumar May 16, 2025

    🪷🇮🇳🇮🇳
  • khaniya lal sharma May 16, 2025

    🙏🚩🚩🚩🙏🚩🚩🚩🙏
  • Dr Mukesh Ludanan May 16, 2025

    Jai ho
  • ram Sagar pandey May 13, 2025

    🌹🙏🏻🌹जय श्रीराम🙏💐🌹🌹🌹🙏🙏🌹🌹जय माँ विन्ध्यवासिनी👏🌹💐जय श्रीकृष्णा राधे राधे 🌹🙏🏻🌹🌹🌹🙏🙏🌹🌹जय श्रीराम 🙏💐🌹🌹🌹🙏🙏🌹🌹जय माता दी 🚩🙏🙏🌹🌹🙏🙏🌹🌹
  • Dalbir Chopra EX Jila Vistark BJP May 13, 2025

    ओऐ
  • Yogendra Nath Pandey Lucknow Uttar vidhansabha May 11, 2025

    Jay shree Ram
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India-UK CETA unlocks $23‑billion trade corridor, set to boost MSME exports

Media Coverage

India-UK CETA unlocks $23‑billion trade corridor, set to boost MSME exports
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2025
July 27, 2025

Citizens Appreciate Cultural Renaissance and Economic Rise PM Modi’s India 2025