Quoteসন্মিলনৰ বিষয়বস্তু হৈছে-“সমসাময়িক প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰঃ দৰ্শনৰ পৰা প্ৰথালৈ”
Quoteসন্মিলনত সমগ্ৰ বিশ্বৰ বিশিষ্ট পণ্ডিত, সংঘৰ অগ্ৰণী নেতা আৰু ধৰ্মীয় লোকসকল উপস্থিত থাকিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ এপ্ৰিল, ২০২৩ৰ পুৱা ১০ বজাত দিল্লীৰ অশোক হোটেলত বিশ্ব বৌদ্ধ সন্মিলনৰ উদ্বোধনী পৰ্বত ভাষণ আগবঢ়াব৷

২০-২১ এপ্ৰিলত আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘৰ সহযোগত সাংস্কৃতিক মন্ত্ৰালয়ে দুদিনীয়াকৈ এই সন্মিলনত আয়োজন কৰিব৷ বিশ্ব বৌদ্ধ সন্মিলনৰ মুল বিষয়বস্তু হৈছে “সমসাময়িক প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰঃ  দৰ্শনৰ পৰা প্ৰথালৈ৷”

বৌদ্ধ আৰু সাৰ্বজনীন সমস্যাৰ বিষয়সমূহৰ ওপৰত বিশ্বব্যাপী বৌদ্ধ ধৰ্মৰ অগ্ৰণী ব্যক্তি আৰু পণ্ডিতসকলক জড়িত কৰাৰ দিশত আৰু সেইবোৰক সামূহিকভাৱে সমাধান কৰিবলৈ নীতিগত তথ্যসমূহ উলিয়াবলৈ এক প্ৰচেষ্টা হিচাপে এই শীৰ্ষ সন্মিলনৰ আয়োজন কৰা হৈছে। সন্মিলনৰ আলোচনাত বৌদ্ধ ধৰ্মৰ মৌলিক মূল্যবোধে সমসাময়িক পৰিৱেশত কেনেকৈ প্ৰেৰণা আৰু পথ প্ৰদৰ্শন কৰিব পাৰে সেই বিষয়ে অন্বেষণ কৰা হ’ব।

এই সন্মিলনত সমগ্ৰ বিশ্বৰ বিশিষ্ট পণ্ডিত, সংঘৰ অগ্ৰণী নেতা আৰু ধৰ্মীয় লোকসকল উপস্থিত থাকিব, যিসকলে বিশ্বব্যাপী গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰিব আৰু সাৰ্বজনীন মূল্যবোধৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা বৌদ্ধ ধৰ্মত উত্তৰৰ সন্ধান কৰি৷ সন্মিলনত বৌদ্ধ ধৰ্ম আৰু শান্তি; বৌদ্ধ ধৰ্ম: পৰিৱেশজনিত সংকট, স্বাস্থ্য আৰু বহনক্ষমতা; নালন্দা বৌদ্ধ পৰম্পৰাৰ সংৰক্ষণ; বৌদ্ধ ধৰ্ম তীৰ্থযাত্ৰা, জীৱন্ত ঐতিহ্য আৰু বৌদ্ধ ধ্বংসাৱশেষ: দক্ষিণ, দক্ষিণ-পূব আৰু পূব এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ শতিকা পুৰণি সাংস্কৃতিক সংযোগৰ এক সুস্থিৰতাৰ ভেটি শীৰ্ষক চাৰিটা বিষয়বস্তুৰ অধীনত আলোচনা অনুষ্ঠিত হ’ব৷

 

  • Mithun Saha April 23, 2023

    Jai Hind
  • VenkataRamakrishna April 22, 2023

    జై శ్రీ రామ్
  • ADARSH PANDEY April 20, 2023

    proud always dad respect
  • Jagannath nayak April 20, 2023

    great job Jay hind
  • Vijay Gandhi April 20, 2023

    प्रधान मंत्री मोदी जी जिन्दाबाद। जय हिंद। जय भारत।
  • Chander Singh Negi Babbu April 20, 2023

    सभी मित्रों को तहेदिल से राम राम
  • Chander Singh Negi Babbu April 20, 2023

    राम राम मित्रों
  • Mukesh Kumar April 20, 2023

    MODI AAP GREAT HO PURE WORLD ME
  • Vasudev April 20, 2023

    Honorable Prime Minister Sir. 🙏 Wishing you a Very Good Morning and Good day. 🙏🙏🇮🇳🇮🇳🧡🧡 अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते | तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ||9. 22|| GEETA
  • Chirag Gohil Vagra April 20, 2023

    Good
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India’s Economic Momentum Holds Amid Global Headwinds: CareEdge

Media Coverage

India’s Economic Momentum Holds Amid Global Headwinds: CareEdge
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives due to fire tragedy in Hyderabad, Telangana
May 18, 2025
QuoteAnnounces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to fire tragedy in Hyderabad, Telangana. Shri Modi also wished speedy recovery for those injured in the accident.

The Prime Minister announced an ex-gratia from PMNRF of Rs. 2 lakh to the next of kin of each deceased and Rs. 50,000 for those injured.

The Prime Minister’s Office posted on X;

"Deeply anguished by the loss of lives due to a fire tragedy in Hyderabad, Telangana. Condolences to those who have lost their loved ones. May the injured recover soon.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM "

@narendramodi