থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামান্য শ্ৰীমতী পেটোংটাৰ্ণ চিনাৱাট্ৰাক পালি ভাষাত ‘তিপিতকা’ৰ এটি প্ৰতিলিপি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে আৰু যিটো ভাষাই ভগৱান বুদ্ধৰ শিক্ষাৰ সাৰতত্ব বহন কৰে সেইটো ভাষাক এক সুন্দৰ ভাষা বুলি অভিহিত কৰে।
 

|


‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:

"এয়া হৈছে অতিকে বিশেষ উপহাৰ!

 

 

|

পালি ভাষাত যুগুতোৱা ‘তিপিতকা’ৰ এটা প্ৰতিলিপি মোক দিয়াৰ বাবে মই প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ চিনাৱাট্ৰাৰ ওচৰত কৃতজ্ঞ। পালি সঁচাকৈয়ে এক সুন্দৰ ভাষা, এই ভাষাই ভগৱান বুদ্ধৰ শিক্ষাৰ সাৰতত্ব বহন কৰে। আপোনালোক সকলোৱে জানে, আমাৰ চৰকাৰে যোৱা বছৰ পালি ভাষাক ‘ধ্ৰুপদী ভাষা’ৰ মৰ্যাদা প্ৰদান কৰিছিল। সমগ্ৰ বিশ্বৰ লোকে এই সিদ্ধান্তক প্ৰশংসা কৰিছে আৰু ই গৱেষণাৰ লগতে এই ভাষা সন্দৰ্ভত কৰা অধ্যয়নক উৎসাহিত কৰিছে।

@ingshin"

 

 

  • Gaurav munday May 24, 2025

    🌸🩷🌉
  • ram Sagar pandey May 18, 2025

    🌹🙏🏻🌹जय श्रीराम🙏💐🌹🌹🌹🙏🙏🌹🌹जय माँ विन्ध्यवासिनी👏🌹💐ॐनमः शिवाय 🙏🌹🙏जय कामतानाथ की 🙏🌹🙏🌹🌹🙏🙏🌹🌹🌹🙏🏻🌹जय श्रीराम🙏💐🌹🌹🌹🙏🙏🌹🌹जय माता दी 🚩🙏🙏जय श्रीकृष्णा राधे राधे 🌹🙏🏻🌹🌹🌹🙏🙏🌹🌹🌹🙏🏻🌹जय श्रीराम🙏💐🌹
  • Naresh Telu May 13, 2025

    jai shree ram jai bjp 🙏🏻🙏🏻🙏🏻🚩🚩🔥
  • Pratap Gora May 12, 2025

    Jai ho
  • Yogendra Nath Pandey Lucknow Uttar vidhansabha May 11, 2025

    🇮🇳🙏
  • Jitendra Kumar May 09, 2025

    🙏🙏🙏🇮🇳
  • Vijay Kadam May 05, 2025

    🌺🌺🌺🌺🌺
  • Kukho10 May 03, 2025

    PM MODI DESERVE THE BESTEST LEADER IN INDIA!
  • Rajni May 01, 2025

    जय श्री राम 🙏🙏
  • Jitendra Kumar April 28, 2025

    🙏🇮🇳🪷
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Retail inflation falls to 2.82% in May, lowest since February 2019

Media Coverage

Retail inflation falls to 2.82% in May, lowest since February 2019
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Sikkim Governor meets Prime Minister
June 13, 2025

The Governor of Sikkim, Shri Om Prakash Mathur met the Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office handle posted on X:

“Governor of Sikkim, Shri @OmMathur_Raj, met Prime Minister @narendramodi.”