Quoteপশ্চিম এছিয়াৰ জটিল পৰিস্থিতি আৰু ইজৰাইল-হামাছ সংঘাতৰ সন্দৰ্ভত মত বিনিময় দুয়োগৰাকী নেতাৰ
Quoteদুয়োগৰাকী নেতাই সংঘাতৰ তীব্ৰতা ৰোধ, মানৱীয় সাহায্য অব্যাহত ৰখা, শান্তি আৰু নিৰাপত্তা সোনকালে ঘুৰাই অনাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে
Quoteচাবাহাৰ বন্দৰকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিক আদৰণি জনায় নেতাদুগৰাকীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইৰানৰ ৰাষ্ট্ৰপতি ড০ ছেইদ ইব্ৰাহিম ৰাইছীৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

দুয়োগৰাকী নেতাই পশ্চিম এছিয়া অঞ্চলৰ জটিল পৰিস্থিতি আৰু ইজৰাইল-হামাছৰ সংঘাতৰ সন্দৰ্ভত মত বিনিময় কৰে।

প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদ, হিংসা আৰু সাধাৰণ নাগৰিকৰ প্ৰাণ হেৰুওৱা ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। ইজৰাইল-পেলেষ্টাইন বিষয়ত তেওঁ ভাৰতৰ দীৰ্ঘদিনীয়া আৰু পূৰ্বৰে চলি অহা স্থিতি পুনৰ দোঁহাৰে।

ৰাষ্ট্ৰপতি ৰাইছীয়ে পৰিস্থিতিৰ সন্দৰ্ভত তেওঁৰ মূল্যায়ন অৱগত কৰে।

দুয়োগৰাকী নেতাই সংঘাতৰ তীব্ৰতা বৃদ্ধি ৰোধ, মানৱীয় সাহায্য অব্যাহত ৰখা আৰু শান্তি আৰু সুস্থিৰতা সোনকালে ঘুৰাই অনাটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

দুয়োগৰাকী নেতাই বহুমুখী দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা আৰু ইতিবাচক দিশ মূল্যায়ন কৰে। আঞ্চলিক সংযোগ উন্নত কৰাৰ বাবে ইৰানৰ চাবাহাৰ বন্দৰক দিয়া গুৰুত্ব আৰু অগ্ৰাধিকাৰক তেওঁলোকে আদৰণি জনায়।

আঞ্চলিক শান্তি, নিৰাপত্তা আৰু সুস্থিৰতাৰ ক্ষেত্ৰত মিলিত আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি দুয়োপক্ষই সঘনে যোগাযোগ অব্যাহত ৰাখিবলৈ সহমতত উপনীত হয়।

 

  • Lalita Soni July 04, 2024

    Hme bhi bat krni h pm se
  • shahil sharma January 11, 2024

    Jai hind
  • Dr Anand Kumar Gond Bahraich January 07, 2024

    जय हो
  • Lalruatsanga January 06, 2024

    wow
  • Pt Deepak Rajauriya jila updhyachchh bjp fzd December 25, 2023

    जय जय
  • Mala Vijhani December 03, 2023

    Jay Hind Jay Bharat!
  • T S KARTHIK November 13, 2023

    revolution starts in 1 second. even if A room in darkness for 100 years just light a lamp in 1 second darkness VANISHES
  • subrat kumar November 09, 2023

    जय श्री राम
  • Bhagat Ram Chauhan November 07, 2023

    विश्व शान्ति कि ओर बढ़ते हुए कदम
  • Veena November 07, 2023

    Jai shree RamJi 🙏🏻🙏🏻
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
In Mann Ki Baat, PM Stresses On Obesity, Urges People To Cut Oil Consumption

Media Coverage

In Mann Ki Baat, PM Stresses On Obesity, Urges People To Cut Oil Consumption
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 ফেব্ৰুৱাৰী 2025
February 24, 2025

6 Years of PM Kisan Empowering Annadatas for Success

Citizens Appreciate PM Modi’s Effort to Ensure Viksit Bharat Driven by Technology, Innovation and Research