Quoteপ্ৰধানমন্ত্ৰী নেতান্যাহুৱে প্ৰধানমন্ত্ৰী মোদীক ইজৰাইল-হামাছ সংঘৰ্ষৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰে
Quoteদুয়োগৰাকী নেতাই সামুদ্ৰিক যাতায়াতৰ সুৰক্ষা সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰে
Quoteপ্ৰধানমন্ত্ৰীয়ে মানৱীয় সাহায্য আৰু আলোচনা আৰু কূটনীতিৰ জৰিয়তে সংঘাতৰ সমাধানৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী শ্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰী নেতান্যাহুৱে চলিত ইজৰাইল-হামাছ সংঘৰ্ষৰ শেহতীয়া ঘটনাৱলীৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে।

দুয়োগৰাকী নেতাই সামুদ্ৰিক যাতায়াতৰ সুৰক্ষা সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত জনসাধাৰণৰ বাবে নিৰন্তৰ মানৱীয় সাহায্যৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে আৰু আলোচনা আৰু কূটনীতিৰ জৰিয়তে সকলো বন্দীক মুক্তি দিয়াকে ধৰি সংঘৰ্ষৰ আগতীয়া আৰু শান্তিপূৰ্ণ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

দুয়োগৰাকী নেতাই নিয়মীয়াকৈ যোগাযোগ অব্যাহত ৰখাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে।

 

  • Manish Chauhan March 11, 2024

    modi ji apki bat firse bjp sarkar
  • Ram Raghuvanshi February 26, 2024

    Jay shree Ram
  • Dr Ratan Kumar Mandal February 22, 2024

    🚩🙏
  • Dhajendra Khari February 19, 2024

    विश्व के सबसे लोकप्रिय राजनेता, राष्ट्र उत्थान के लिए दिन-रात परिश्रम कर रहे भारत के यशस्वी प्रधानमंत्री श्री नरेन्द्र मोदी जी का हार्दिक स्वागत, वंदन एवं अभिनंदन।
  • Dhajendra Khari February 10, 2024

    Modi sarkar fir ek baar
  • Raju Saha February 04, 2024

    BJP jindabat
  • Indrajit Das February 03, 2024

    joy Modiji
  • Ravi Prakash jha February 02, 2024

    मिथिला के केंद्र बिंदु दरभंगा में गोपाल जी ठाकुर जी जैसे सरल और सुलभ सांसद देने हेतु मोदी जी को बहुत-बहुत धन्यवाद🙏🙏
  • Ravi Prakash jha February 02, 2024

    मिथिला के केंद्र बिंदु दरभंगा में गोपाल जी ठाकुर जी जैसे सरल और सुलभ सांसद देने हेतु मोदी जी को बहुत-बहुत धन्यवाद🙏🙏
  • Ravi Prakash jha February 02, 2024

    मिथिला के केंद्र बिंदु दरभंगा में गोपाल जी ठाकुर जी जैसे सरल और सुलभ सांसद देने हेतु मोदी जी को बहुत-बहुत धन्यवाद🙏🙏
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
'2,500 Political Parties In India, I Repeat...': PM Modi’s Remark Stuns Ghana Lawmakers

Media Coverage

'2,500 Political Parties In India, I Repeat...': PM Modi’s Remark Stuns Ghana Lawmakers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 জুলাই 2025
July 04, 2025

Appreciation for PM Modi's Trinidad Triumph, Elevating India’s Global Prestige

Under the Leadership of PM Modi ISRO Tech to Boost India’s Future Space Missions – Aatmanirbhar Bharat