Quoteভাৰতৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ উষ্ম শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ
Quoteদুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে আলোচনা কৰে
Quoteপৰিস্থিতিৰ তীব্ৰতা হ্ৰাসৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ
Quoteপণবন্দীসকলক মুকলি, যুদ্ধবিৰতি আৰু মানৱীয় সাহায্য অব্যাহত ৰাখিবলৈ ভাৰতৰ আহ্বানৰ কথা দোহাৰে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেতানিয়াহুৰ এটি ফোন কল লাভ কৰে।

ভাৰতৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।

দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে আলোচনা কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে পৰিস্থিতিৰ তীব্ৰতা হ্ৰাসৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সকলো পণবন্দীক শীঘ্ৰে মুকলি কৰি দিয়াৰ আহ্বান আৰু ক্ষতিগ্ৰস্তসকলৰ বাবে অব্যাহত মানৱীয় সাহায্যৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। তেখেতে আলোচনা আৰু কূটনীতিৰ জৰিয়তে সংঘাতৰ ক্ষীপ্ৰ আৰু শান্তিপূৰ্ণ সমাধানৰ আহ্বান জনায়।

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সহযোগিতাৰ ভিন্ন দিশ আৰু ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্ব অধিক সুদৃঢ়কৰণৰ উপায় সম্পৰ্কেও আলোচনা কৰে।

ইয়াত দুয়োগৰাকী নেতাই যোগাযোগ অব্যাহত ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

 

  • Harsh Ajmera October 14, 2024

    Nice
  • Suraj Prajapati October 14, 2024

    इंडिया इस ग्रेट
  • Aniket Malwankar October 08, 2024

    #NaMo
  • Lal Singh Chaudhary October 07, 2024

    झुकती है दुनिया झुकाने वाला चाहिए शेर ए हिन्दुस्तान मोदी जी को बहुत-बहुत बधाई एवं हार्दिक शुभकामनाएं 🙏🙏🙏
  • Vivek Kumar Gupta October 07, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta October 07, 2024

    नमो ...............🙏🙏🙏🙏🙏
  • जगपाल सिंह बुंदेला October 05, 2024

    जय श्री राम 🙏🙏🙏
  • bimlaroy October 04, 2024

    you got good friends as pm from israel
  • Manish sharma October 02, 2024

    जय श्री राम 🚩नमो नमो ✌️🇮🇳
  • Rakhi Gupta September 30, 2024

    जय हो
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India’s fruit exports expand into western markets with GI tags driving growth

Media Coverage

India’s fruit exports expand into western markets with GI tags driving growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 ফেব্ৰুৱাৰী 2025
February 22, 2025

Citizens Appreciate PM Modi's Efforts to Support Global South Development