Quoteদুয়োগৰাকী নেতাই ভাৰত আৰু ৰাছিয়াৰ বিশেষ তথা কৌশলগত অংশীদাৰীত্ব অধিক শক্তিশালী কৰাৰ পদক্ষেপৰ বিষয়ে আলোচনা কৰে
Quoteপ্ৰধানমন্ত্ৰীয়ে তেওঁৰ ইউক্ৰেইন ভ্ৰমণৰ অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰে আৰু ৰাছিয়া-ইউক্ৰেইন সংঘাতৰ ক্ষেত্ৰত আলোচনা আৰু কূটনীতিৰ পুনৰাবৃত্তি কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়া ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে যোৱা মাহত ২২ সংখ্যক ভাৰত-ৰাছিয়া দ্বিপাক্ষিক সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে তেওঁৰ সফল ৰাছিয়া ভ্ৰমণৰ কথা উল্লেখ কৰে।

দুয়োগৰাকী নেতাই কেইবাটাও দ্বিপাক্ষিক বিষয়ত অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু ভাৰত-ৰাছিয়াৰ মাজত বিশেষ তথা কৌশলগত অংশীদাৰীত্ব অধিক শক্তিশালী কৰাৰ পদক্ষেপৰ বিষয়ে আলোচনা কৰে।

তেওঁলোকে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয়তো মত বিনিময় কৰিছিল।

দুয়োগৰাকী নেতাই বৰ্তমানে অব্যাহত থকা ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষ সন্দৰ্ভত মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শেহতীয়া ইউক্ৰেইন ভ্ৰমণৰ অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰে। তেওঁ সংঘাতৰ এক স্থায়ী আৰু শান্তিপূৰ্ণ সমাধানত উপনীত হোৱাৰ বাবে আলোচনা আৰু কূটনীতিৰ গুৰুত্বৰ লগতে সকলো অংশীদাৰৰ মাজত আন্তৰিক আৰু ব্যৱহাৰিক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

দুয়োজন নেতাই পৰস্পৰৰ মাজত যোগাযোগ অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে।

 

  • Rampal Baisoya October 18, 2024

    🙏🙏
  • Harsh Ajmera October 14, 2024

    Love from hazaribagh 🙏🏻
  • Vivek Kumar Gupta October 13, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta October 13, 2024

    नमो .........................🙏🙏🙏🙏🙏
  • Aniket Malwankar October 08, 2024

    #NaMo
  • Lal Singh Chaudhary October 07, 2024

    बनी रहती है जिसकी हमेशा चाहत, कहते हैं हम उसे सफलता। दूआ ही नहीं पूरी चाहत है मेरी हमें प्राप्त हो तुम्हारी सफलता।। भारत भाग्य विधाता मोदी जी को जय श्री राम
  • Manish sharma October 04, 2024

    🇮🇳
  • Dheeraj Thakur September 29, 2024

    जय श्री राम ,
  • Dheeraj Thakur September 29, 2024

    जय श्री राम,
  • கார்த்திக் September 21, 2024

    🪷ஜெய் ஸ்ரீ ராம்🪷जय श्री राम🪷જય શ્રી રામ🪷 🪷ಜೈ ಶ್ರೀ ರಾಮ್🌸🪷జై శ్రీ రామ్🪷JaiShriRam🪷🌸 🪷জয় শ্ৰী ৰাম🪷ജയ് ശ്രീറാം🪷ଜୟ ଶ୍ରୀ ରାମ🪷🌸
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India-UK CETA unlocks $23‑billion trade corridor, set to boost MSME exports

Media Coverage

India-UK CETA unlocks $23‑billion trade corridor, set to boost MSME exports
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2025
July 27, 2025

Citizens Appreciate Cultural Renaissance and Economic Rise PM Modi’s India 2025