Quoteতেওঁলোকে ভাৰত আৰু ব্ৰিটেইনৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্বৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে
Quoteকমনৱেলথ, জলবায়ু কাৰ্য্য আৰু বহনক্ষমতাৰ পদক্ষেপৰ ওপৰত মত বিনিময় কৰে
Quoteনৱবৰ্ষ আৰু বৰদিনৰ শুভেচ্ছা আদান-প্ৰদান কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰিটেইনৰ মহামহিম ৰজা তৃতীয় চাৰ্লছৰ সৈতে বাৰ্তালাপ কৰে। দুয়োখন দেশৰ মাজত থকা ঐতিহাসিক সম্পৰ্কক স্মৰণ কৰি দুয়োগৰাকী নেতাই ভাৰত আৰু ব্ৰিটেইনৰ মাজত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

কমনৱেলথ অৱ নেচনছ আৰু শেহতীয়াকৈ ছামোৱাত সমাপ্ত হোৱা কমনৱেলথ চৰকাৰৰ মুৰব্বীসকলৰ বৈঠকৰ ওপৰত তেওঁলোকে মত বিনিময় কৰে। জলবায়ু কাৰ্য্য আৰু বহনক্ষমতাকে ধৰি পাৰস্পৰিক আগ্ৰহৰ কেইবাটাও বিষয়ৰ ওপৰতো আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰীয়ে এই বিষয়সমূহৰ ওপৰত মহামহিমৰ স্থায়ী পোষকতা আৰু পদক্ষেপৰ বাবে শলাগ লৈ ভাৰতে গ্ৰহণ কৰা একাধিক পদক্ষেপৰ বিষয়ে অৱগত কৰে।

দুয়োজনে আগন্তুক বৰদিন আৰু নৱবৰ্ষৰ উৎসৱমুখৰ অনুষ্ঠানৰ শুভেচ্ছা আদান-প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ৰজাৰ সুস্বাস্থ্য আৰু সুস্থতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

 

  • kranthi modi February 22, 2025

    ram ram 🚩🙏
  • Vivek Kumar Gupta February 12, 2025

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta February 12, 2025

    नमो ......................................🙏🙏🙏🙏🙏
  • Bhushan Vilasrao Dandade February 10, 2025

    जय हिंद
  • Dr Mukesh Ludanan February 08, 2025

    Jai ho
  • Yash Wilankar January 29, 2025

    Namo 🙏
  • pankaj sharma January 21, 2025

    Modi
  • Priya Satheesh January 12, 2025

    🐯🐯
  • amar nath pandey January 11, 2025

    Jai ho
  • kshiresh Mahakur January 08, 2025

    11
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
In Mann Ki Baat, PM Stresses On Obesity, Urges People To Cut Oil Consumption

Media Coverage

In Mann Ki Baat, PM Stresses On Obesity, Urges People To Cut Oil Consumption
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 ফেব্ৰুৱাৰী 2025
February 24, 2025

6 Years of PM Kisan Empowering Annadatas for Success

Citizens Appreciate PM Modi’s Effort to Ensure Viksit Bharat Driven by Technology, Innovation and Research