Quoteনেতাদ্বয়ে প্ৰগতিৰ পৰ্যালোচনা কৰে আৰু দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰে
Quoteতেওঁলোকে পশ্চিম এছিয়াৰ পৰিস্থিতি, বিশেষকৈ সন্ত্ৰাসবাদ, হিংসা আৰু অসামৰিক লোকৰ প্ৰাণ হানিৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে
Quoteতেওঁলোকে অঞ্চলটোত শান্তি, নিৰাপত্তা আৰু সুস্থিৰতাৰ বাবে একেলগে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ৰাউন প্ৰিন্স আৰু চৌদি আৰৱৰ প্ৰধানমন্ত্ৰী ৰাজকুমাৰ মহম্মদ বিন ছলমান বিন আব্দুলাজিজ অল ছাউদৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

 

২০২৩ চনৰ ছেপ্টেম্বৰত ক্ৰাউন প্ৰিন্সৰ ভাৰত ভ্ৰমণৰ পাছত দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে নেতাদ্বয়ে। তেওঁলোকে ভৱিষ্যতৰ বাবে দ্বিপাক্ষিক অংশীদাৰিত্বৰ বিষয়ক লৈয়ো আলোচনা কৰে ।

 

নেতাদ্বয়ে পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত মত বিনিময় কৰে। তেওঁলোকে সন্ত্ৰাসবাদ, হিংসা আৰু অসামৰিক লোকৰ প্ৰাণ হেৰুওৱাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে ইজৰাইল-পেলেষ্টাইন বিষয়ত ভাৰতৰ দীৰ্ঘদিনীয়া আৰু নীতিগত স্থিতিৰ কথা দোহাৰে আৰু ক্ষতিগ্ৰস্ত জনসাধাৰণৰ বাবে মানৱীয় সাহায্য অব্যাহত ৰখাৰ বাবে আহ্বান জনায়। দুয়োগৰাকী নেতাই অঞ্চলটোত শান্তি, নিৰাপত্তা আৰু সুস্থিৰতাৰ বাবে একেলগে কাম কৰিবলৈ সন্মত হয়। তেওঁলোকে সামুদ্ৰিক সুৰক্ষা আৰু নৌ-চলাচলৰ স্বাধীনতা বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সপো ২০৩০ আৰু ফিফা ফুটবল বিশ্বকাপ ২০৩৪ৰ আয়োজক হিচাপে নিৰ্বাচিত হোৱাৰ বাবে চৌদি আৰৱক শুভেচ্ছা জ্ঞাপন কৰে।

 

দুয়োগৰাকী নেতাই যোগাযোগ অটুট ৰাখিবলৈ সহমত পোষণ কৰে।

 

  • Ajay Chourasia February 25, 2024

    vande bharat
  • Kiran jain February 25, 2024

    vande bharat
  • Dhajendra Khari February 20, 2024

    ओहदे और बड़प्पन का अभिमान कभी भी नहीं करना चाहिये, क्योंकि मोर के पंखों का बोझ ही उसे उड़ने नहीं देता है।
  • Dhajendra Khari February 19, 2024

    विश्व के सबसे लोकप्रिय राजनेता, राष्ट्र उत्थान के लिए दिन-रात परिश्रम कर रहे भारत के यशस्वी प्रधानमंत्री श्री नरेन्द्र मोदी जी का हार्दिक स्वागत, वंदन एवं अभिनंदन।
  • Dhajendra Khari February 13, 2024

    यह भारत के विकास का अमृत काल है। आज भारत युवा शक्ति की पूंजी से भरा हुआ है।
  • Dhajendra Khari February 10, 2024

    Modi sarkar fir ek baar
  • Raju Saha February 06, 2024

    bjp jindabad
  • Hemant Dubey February 06, 2024

    🌹 himalay ko 11bar pranam hai bharat mata ki jai
  • Rajesh Kumar Singh BJP February 06, 2024

    नमो नमो
  • Rajesh Kumar Singh BJP February 06, 2024

    जय हो
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Cabinet approves $2.7 billion outlay to locally make electronics components

Media Coverage

Cabinet approves $2.7 billion outlay to locally make electronics components
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM speaks with Senior General H.E. Min Aung Hlaing of Myanmar amid earthquake tragedy
March 29, 2025

he Prime Minister Shri Narendra Modi spoke with Senior General H.E. Min Aung Hlaing of Myanmar today amid the earthquake tragedy. Prime Minister reaffirmed India’s steadfast commitment as a close friend and neighbor to stand in solidarity with Myanmar during this challenging time. In response to this calamity, the Government of India has launched Operation Brahma, an initiative to provide immediate relief and assistance to the affected regions.

In a post on X, he wrote:

“Spoke with Senior General H.E. Min Aung Hlaing of Myanmar. Conveyed our deep condolences at the loss of lives in the devastating earthquake. As a close friend and neighbour, India stands in solidarity with the people of Myanmar in this difficult hour. Disaster relief material, humanitarian assistance, search & rescue teams are being expeditiously dispatched to the affected areas as part of #OperationBrahma.”