প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী এইচ ডি দেবেগৌড়াৰে কথা পাতে আৰু তেওঁৰ লগতে তেওঁৰ পত্নীৰ স্বাস্থ্যৰ বুজ লয়৷
টুইটাৰত প্ৰধানমন্ত্ৰীয়ে কয়, “প্ৰাক্তন প্ৰধানমন্ত্ৰী @H_D_Devegowdaজীৰ সৈতে কথা পাতিলো আৰু তেওঁৰ লগতে তেওঁৰ পত্নীৰ স্বাস্থ্যৰ বুজ ল’লো৷ তেওঁলোকৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিলো ৷”
Spoke to former PM Shri @H_D_Devegowda Ji and enquired about his and his wife’s health. Praying for their quick recovery.
— Narendra Modi (@narendramodi) March 31, 2021