প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ বান পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে এই পৰিস্থিতি প্ৰশমনত সহায়ৰ অৰ্থে কেন্দ্ৰৰপৰা সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

এটি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"অসমৰ মুখ্যমন্ত্ৰী শ্ৰী @himantabiswa ৰ সৈতে বাৰ্তালাপ কৰো আৰু ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ বান পৰিস্থিতিৰ বুজ লওঁ। এই পৰিস্থিতি প্ৰশমনত সহায়ৰ অৰ্থে কেন্দ্ৰৰপৰা সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰা হৈছে। মই বানাক্ৰান্ত অঞ্চলৰ ৰাইজৰ সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা কৰিছো।"

  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp December 13, 2023

    नमो नमो नमो नमो नमो नमो
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Nokia exporting up to 70% of India production, says Tarun Chhabra

Media Coverage

Nokia exporting up to 70% of India production, says Tarun Chhabra
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 মাৰ্চ 2025
March 04, 2025

Appreciation for PM Modi’s Leadership: Driving Self-Reliance and Resilience