প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমাগত যোগ দিৱস উপলক্ষে বৃক্ষাসন আসনৰ লাভালাভৰ বিষয়ে বৰ্ণনা কৰি এটা যোগ ভিডিঅ' শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;
"বৃক্ষাসন বা গছৰ ভংগীমাৰ আসনে শৰীৰৰ ভাৰসাম্য আৰু ভংগী উন্নত কৰাত সহায় কৰাৰ লগতে ইয়াৰ আন কেইবাটাও লাভালাভ আছে।"
"বৃক্ষাসন অৰ্থাৎ গছৰ ভংগীত কৰা আসনৰ বহুতো লাভালাভ আছে। ই শৰীৰৰ ভাৰসাম্য উন্নত কৰাৰ লগতে ইয়াক শক্তিশালী কৰে।”
Vrikshasana or the tree pose has several benefits including helping improve balance and posture. pic.twitter.com/5fk3HwxUAb
— Narendra Modi (@narendramodi) June 12, 2024
वृक्षासन यानि पेड़ की मुद्रा में किए जाने वाले आसन के कई फायदे हैं। यह शरीर के संतुलन को बेहतर बनाने के साथ ही इसे मजबूती प्रदान करता है। pic.twitter.com/cgUl2GO9vx
— Narendra Modi (@narendramodi) June 12, 2024