প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তাড়াসন বা খেজুৰ গছৰ ভঙ্গী সন্দৰ্ভত এটা ভিডিঅ' ক্লিপ পোষ্ট কৰে।
২১ জুনত হবলগীয়া দশম আন্তৰ্জাতিক যোগ দিৱসৰ প্ৰাকমুহূৰ্তত শ্বেয়াৰ কৰা এই ক্লিপটোত স্বাস্থ্যৰ লাভালাভ তথা থিয় হৈ কেনেদৰে এই আসন কৰা হয় তাক বৰ্ণনা কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"তাড়াসন শৰীৰৰ বাবে অতি উপকাৰী। ইয়াৰ জৰিয়তে শৰীৰ অধিক শক্তিশালী হৈ উঠাৰ লগতে শৰীৰৰ ভঙ্গীমা উন্নত হয়।"
Tadasana is very good for the body. It will ensure more strength and better alignment. pic.twitter.com/6i5rp6CbXD
— Narendra Modi (@narendramodi) June 13, 2024
ताड़ासन का नियमित अभ्यास बहुत फायदेमंद है। इससे जहां शरीर को ज्यादा ताकत मिलती है, वहीं संतुलन बनाना भी आसान हो जाता है। pic.twitter.com/C8hvZeIvEJ
— Narendra Modi (@narendramodi) June 13, 2024