প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ পুৰীৰ দ্বাৰা লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে:
কেন্দ্ৰীয় মন্ত্ৰী @HardeepSPuri য়ে অম্ৰুত কালত ভাৰতৰ শক্তি সুৰক্ষাৰ বাবে পৰম্পৰাগত ইন্ধনৰ সৈতে নৱীকৰণযোগ্য শক্তি কেনেদৰে গুৰুত্বপূৰ্ণ হ'ব সেই সন্দৰ্ভত এটা মননশীল লেখা লিখিছে। পঢ়িব লাগিব!
Union Minister @HardeepSPuri articulates how renewable energy along with traditional fuels is the key to India's energy security in Amrit Kaal... Do read! https://t.co/htvQpSDlwJ
— PMO India (@PMOIndia) March 14, 2023