প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষাৰ উদ্বেগ হ্ৰাস কৰাত সহায়ক হ’ব পৰা আকৰ্ষণীয় মন্ত্ৰ আৰু কাৰ্যকলাপ শ্বেয়াৰ কৰিছে।
এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“বৰ্তমান পৰীক্ষাৰ বতৰত নিজৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে #ExamWarriors ব্যস্ত হৈ পৰিছে। তেওঁলোকৰ পৰীক্ষাৰ উদ্বেগ হ্ৰাস কৰিবলৈ এটা আকৰ্ষণীয় কাৰ্যকলাপ শ্বেয়াৰ কৰিলো। এবাৰ চাওকচোন…”
It is exam season and as our #ExamWarriors are immersed in exam preparations, sharing an interesting repository of Mantras and activities that will help ease exam stress and also help celebrate exams. Have a look…https://t.co/EegBatayuJ
— Narendra Modi (@narendramodi) January 12, 2023