প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এৰো ইণ্ডিয়া ২০২৩ৰ দৃশ্যাংশ শ্বেয়াৰ কৰিছে।
এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;
"এৰো ইণ্ডিয়া ২০২৩-য়ে প্ৰদৰ্শিত কৰে যে ভাৰত প্ৰতিৰক্ষা আৰু এৰোস্পেচত প্ৰগতি কৰি আছে। ই বিভিন্ন দেশৰ মানুহক একেলগে এখন মঞ্চলৈ আনিছে, য'ত ই নিজৰ নৱোন্মেষণ প্ৰদৰ্শন কৰিছে।"
"এৰো ইণ্ডিয়া ২০২৩ত অনুকৰণীয় কৰ্ণাটক মণ্ডপ ভ্ৰমণ কৰিলো, য'ত তেওঁলোকে নিজৰ নৱোন্মেষণ প্ৰদৰ্শন কৰি আছে।"
Aero India 2023 showcased the strides India is making in defence and aerospace. It has brought together people from various countries who are showcasing their innovations. pic.twitter.com/EFL35j9LwL
— Narendra Modi (@narendramodi) February 13, 2023
Visited the exemplary Karnataka Pavilion at Aero India 2023. The entire nation is proud of Karnataka’s rich contribution to the aerospace industry. pic.twitter.com/JNDcCgxf8W
— Narendra Modi (@narendramodi) February 13, 2023
ಏರೋ ಇಂಡಿಯಾ ೨೦೨೩ ರ ಅನುಕರಣೀಯ ಕರ್ನಾಟಕ ಪೆವಿಲಿಯನ್ಗೆ ಭೇಟಿ ನೀಡಿದೆ. ಏರೋಸ್ಪೇಸ್ ಉದ್ಯಮಕ್ಕೆ ಕರ್ನಾಟಕದ ಶ್ರೀಮಂತ ಕೊಡುಗೆಯ ಬಗ್ಗೆ ಇಡೀ ರಾಷ್ಟ್ರವು ಹೆಮ್ಮೆಪಡುತ್ತದೆ. pic.twitter.com/A0FtjscOfq
— Narendra Modi (@narendramodi) February 13, 2023