প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চুৰিনাম আৰু ত্ৰিনিদাদ আৰু টোবাগোৰ পৰা প্ৰেৰিত ভজন সহভাগ কৰে। ভজনকেইটাই ৰামায়ণৰ চিৰন্তন বাৰ্তাকে বহন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:
"ৰামায়ণৰ বাৰ্তাই সমগ্ৰ বিশ্বৰ জনতাক অনুপ্ৰাণিত কৰি আহিছে। ইয়াত চুৰিনাম আৰু ত্ৰিনিদাদ আৰু টোবাগোৰ কেইটিমান ভজন আছে:
শতিকাৰ পাছত শতিকা পাৰ হ'ব পাৰে, মহাসাগৰে আমাক পৃথক কৰিব পাৰে, কিন্তু আমাৰ পৰম্পৰাৰ হৃদয় পৃথিৱীৰ বিভিন্ন প্ৰান্তত শক্তিশালী ৰূপতে স্পন্দিত হৈ আহিছে। #ShriRamBhajan"
The Ramayan's message has inspired people all across the world. Here are some Bhajans from Suriname and, Trinidad and Tobago:https://t.co/1yUFhKcFJKhttps://t.co/cRh8JwPnaDhttps://t.co/N13M3AETeJhttps://t.co/2ve6cvL5Zshttps://t.co/HaGGpgmNUc
— Narendra Modi (@narendramodi) January 19, 2024
Centuries may pass, oceans…