প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উস্ত্ৰাসনৰ অৰ্থাৎ উটৰ দৰে আসনৰ ভিডিও ক্লিপ এটা শ্বেয়াৰ কৰিছে। এই আসনে পিঠি আৰু ডিঙিৰ মাংসপেশী শক্তিশালী কৰে আৰু ৰক্ত সৰবৰাহ তথা দৃষ্টিশক্তি উন্নীত কৰে।
আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ দশম সংস্কৰণৰ প্ৰস্তুতিৰ সময়তে শ্বেয়াৰ কৰা এই ক্লিপটোত এই আসনৰ ভংগীবোৰ হিন্দী আৰু ইংৰাজী উভয়তে ব্যাখ্যা কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে X ত এনেদৰে পোষ্ট কৰিছে:
'উস্ত্ৰাসনে পিঠি আৰু ডিঙিৰ মাংসপেশী শক্তিশালী কৰে। ই ৰক্ত সঞ্চালন আৰু দৃষ্টিশক্তিও উন্নীত কৰে।'
Ustrasana strengthens the muscles of the back and neck. It also improves blood circulation and improves eyesight. pic.twitter.com/nqsbh5y34f
— Narendra Modi (@narendramodi) June 18, 2024
उष्ट्रासन पीठ और गर्दन की मांसपेशियों को मजबूत बनाता है। यह रक्त संचार को बेहतर बनाने के साथ ही आंखों की रोशनी भी बढ़ाता है। pic.twitter.com/yD1GFsSJdJ
— Narendra Modi (@narendramodi) June 18, 2024