লাইফষ্টাইল ফৰ এনভাৰমেন্ট (LIFE) ধাৰণাটোৰ উল্লেখেৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীয়ে চাইকেল চলোৱা এখনি আলোকচিত্ৰ শ্বেয়াৰ কৰিছে। আজি বিশ্ব চাইকেল দিৱস।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
"লাইফষ্টাইল ফৰ এনভাৰমেন্ট (LIFE)।
আজি বিশ্ব চাইকেল দিৱস আৰু মহাত্মা গান্ধীয়ে এটি প্ৰাণোচ্ছল আৰু সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগাইছিল।"
Lifestyle for Environment (LIFE).
— Narendra Modi (@narendramodi) June 3, 2022
It is World Bicycle Day today and who better than Mahatma Gandhi to take inspiration from to lead a sustainable and healthy lifestyle. pic.twitter.com/r6hclQGjkd