পৱিত্ৰ নৱৰাত্ৰি উপলক্ষ্যে সকলো ভক্তৰ বাবে মা কাত্যয়নীৰ আশীৰ্বাদ কামনা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। সকলোৰে মানসিক দৃঢ়তা আৰু আত্মবিশ্বাস যাতে বৃদ্ধি পায়, তাৰ কামনা কৰে শ্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে দেৱীৰ এটি বিশেষ স্তোত্ৰপাঠ সকলোৰে সৈতে শ্বেয়াৰ কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना।

कात्यायनी च शुभदा देवी दानवघातिनी॥

মা দুৰ্গাৰ কাত্যয়নী ৰূপটো অতি আশ্চৰ্যকৰ আৰু অলৌকিক। আজি তেওঁক আৰাধনা কৰি সকলোৱে আত্মবল আৰু আত্মবিশ্বাসৰ আশীৰ্ব্বাদ লাভ কৰক, এয়াই কামনা কৰিছোঁ। "

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Modi’s welfare policies led to significant women empowerment, says SBI report

Media Coverage

Modi’s welfare policies led to significant women empowerment, says SBI report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 জানুৱাৰী 2025
January 10, 2025

Citizens Welcome PM Modi’s Podcast Detailing Delivery on Promises to Achieve the Goal of Viksit Bharat