স্বচ্ছ ভাৰতৰ প্ৰতি থকা আবেগ আৰু দৃষ্টিভংগীৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাডাখৰ তুৰটুকবাসীক প্ৰণাম জনাইছে।
এ এন আই নিউজৰ এটা সংবাদ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"ভাৰতবৰ্ষক স্বচ্ছ কৰি ৰখাৰ বাবে যি আবেগ আৰু দৃষ্টিভংগীৰে একত্ৰিত হৈছে, তাৰ বাবে মই লাডাখৰ তুৰটুকবাসীক প্ৰণাম জনাইছো।"
I salute the people of Turtuk in Ladakh for the passion and vision with which they have come together to keep India Swachh. https://t.co/voyYb0iZvV
— Narendra Modi (@narendramodi) October 3, 2022