প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদ্যালয়ৰ শিক্ষক শ্ৰী সোমভাই পেটেলে গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত ২০০৫ চনত শিক্ষকসকলক কিদৰে সন্মান জনাইছিলসেই কথা আন্তৰিকতাৰে স্মৰণ কৰে৷ শ্ৰী পেটেলে এটা ভিডিঅত শ্ৰী মোদীৰ তেওঁৰ গুৰুসকলৰ প্ৰতি থকা সন্মান আৰু মৰমৰ বিষয়ে উল্লেখ কৰিছে।

শ্ৰী পেটেলে কয়, “২০০৫ চনত নৰেন্দ্ৰ ভায়ে তেওঁৰ সকলো বিদ্যালয়ৰ শিক্ষকৰ বাবে আহমেদাবাদত গুৰু বন্দনা নামেৰে এক কাৰ্যসূচী আয়োজন কৰিছিল। তেওঁ প্ৰায় ২৭গৰাকী শিক্ষকক আমন্ত্ৰণ জনাইছিল। তেওঁ প্ৰতিগৰাকী শিক্ষকৰ ওচৰলৈ গৈ তেওঁলোকক নামেৰে সম্বোধন কৰি তেওঁলোকৰ সন্মুখত প্ৰণাম কৰি ফুলৰ মালা পিন্ধাই সকলো শিক্ষকক সন্মান জনাইছিল।

শ্ৰী সোমনাথ পেটেলৰ কয় যে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা তদানিন্তন গুজৰাটৰ ৰাজ্যপাল পণ্ডিত নৱাল কিশোৰ শৰ্মাই কৈছিল যে এয়া এক অসাধাৰণ কাৰ্যসূচী যিটো আগতে ভাৰতৰ কতো হোৱা নাছিল। ৰাজ্যপাল গৰাকীয়ে কৈছিল যে নৰেন্দ্ৰ ভায়ে তেওঁৰ শিক্ষকসকলক সন্মান জনোৱাৰ উদ্দেশ্যে এই কাৰ্যসূচী আয়োজন কৰিছে। এনে এক কাৰ্যসূচী সমগ্ৰ দেশতে নাভূত-নাশ্ৰুত কথা,’ শ্ৰী সোমনাথ পেটেলে লগতে কয়।

  • Laxman singh Rana September 15, 2022

    नमो नमो 🇮🇳
  • Anil Nama sudra September 08, 2022

    anil
  • Rudresh Rudresh August 01, 2022

    namo modi ji
  • RITU DHAWAN July 30, 2022

    honorable PM sir your teachers gve motivational idea light up the country
  • ranjeet kumar July 27, 2022

    nmo
  • Ashvin Patel July 27, 2022

    good 👍👍
  • Chowkidar Margang Tapo July 25, 2022

    bharat mata ki..
  • Madhubhai kathiriya July 24, 2022

    Jay shree Krishna
  • SUKHDEV RAI SHARMA July 24, 2022

    प्रधानमन्त्री को चाहिए कि इस पन्द्रह अगस्त को लाल किले की प्राचीर से भारत को हिन्दू राष्ट्र घोषित कर दे। देखते हैं शान्ति के पुजारी क्या करते हैं। एक अभियान चलाओ - रोहिंग्या और बंगलादेशी भगाओ।
  • Kaushal Patel July 22, 2022

    જય હો
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India is taking the nuclear energy leap

Media Coverage

India is taking the nuclear energy leap
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 31 মাৰ্চ 2025
March 31, 2025

“Mann Ki Baat” – PM Modi Encouraging Citizens to be Environmental Conscious

Appreciation for India’s Connectivity under the Leadership of PM Modi