প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জানুৱাৰী,২০২২ত প্ৰথমবাৰ্ষিক ভাৰত-মধ্য এছিয়া ভাৰ্চুৱেল সন্মিলন সম্বোধন কৰে, য’ত কাজাখস্তান, কিৰ্গিজ গণৰাজ্য, তাজিকিস্তান, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপতিয়ে অংশ লয়। ভাৰত আৰু মধ্য এছিয়ান দেশৰ মাজত কৌশলগত সম্পৰ্ক স্থাপনৰ ৩০সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে প্ৰথমবাৰৰ বাবে ভাৰত-মধ্য এছিয়া সন্মিলনৰ আয়োজন কৰা হৈছে।

সন্মিলনত প্ৰধানমন্ত্ৰী মোদী আৰু মধ্য এছিয়াৰ নেতাসকলে ভাৰত আৰু মধ্য এছিয়াৰ সম্পৰ্কক নতুন উচ্চতালৈ নিয়াৰ দিশত বিভিন্ন আলোচনাত মিলিত হয়। প্ৰতি ২বছৰৰ মূৰে মূৰে এই সন্মিলন আয়োজন কৰিবলৈ নেতাসকলে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁলোকে বৈদেশিক মন্ত্ৰী, বাণিজ্যিক মন্ত্ৰী, সাংস্কৃতিক মন্ত্ৰী আৰু সুৰক্ষা পৰিষদৰ সচিবসকলৰ মাজত নিয়মীয়া বৈঠক আয়োজন কৰিবলৈও সহমতত উপনীত হয়।

নেতাসকলে বাণিজ্য, যোগাযোগ, উন্নয়ন সহযোগিতা, প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ লগতে সাংস্কৃতিক দিশত আদান-প্ৰদান বৃদ্ধি কৰাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে মধ্য এছিয়াৰ নেতাসকলৰ সৈতে আফগানিস্তানৰ বৰ্তমানৰ পৰিস্থিতিক লৈ আলোচনাত মিলিত হয়। নেতাসকলে শান্তিপূৰ্ণ, নিৰাপদ আৰু সুস্থিৰ আফগানিস্তানৰ বাবে শক্তিশালী সহযোগিতাৰ প্ৰতিশ্ৰুতি দিয়ে।

Click here to read PM's speech

  • ranjeet kumar April 26, 2022

    jay sri ram🙏🙏🙏
  • Pradeep Kumar Gupta April 03, 2022

    namo namo
  • Vivek Kumar Gupta April 01, 2022

    जय जयश्रीराम
  • Vivek Kumar Gupta April 01, 2022

    जयश्रीराम
  • Vivek Kumar Gupta April 01, 2022

    नमो नमो
  • Vivek Kumar Gupta April 01, 2022

    नमो
  • BJP S MUTHUVELPANDI MA LLB VICE PRESIDENT OF ARUPPUKKOTTAI UNION February 24, 2022

    2050
  • Amit Chaudhary February 10, 2022

    Jay Hind
  • शिवकुमार गुप्ता February 05, 2022

    नमो नमो नमो नमो नमो🇮🇳
  • Chowkidar Margang Tapo February 04, 2022

    Jai mata di jai shree ram
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Make in India delivers export-quality fruit for Apple vendors

Media Coverage

Make in India delivers export-quality fruit for Apple vendors
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi greets everyone on occasion of National Science Day
February 28, 2025

The Prime Minister Shri Narendra Modi greeted everyone today on the occasion of National Science Day. He wrote in a post on X:

“Greetings on National Science Day to those passionate about science, particularly our young innovators. Let’s keep popularising science and innovation and leveraging science to build a Viksit Bharat.

During this month’s #MannKiBaat, had talked about ‘One Day as a Scientist’…where the youth take part in some or the other scientific activity.”