প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় দিব্যাংগজন দিৱসত নিজৰ বাৰ্তাত কৈছে,
"আন্তঃৰাষ্ট্ৰীয় দিব্যাংগজন দিৱসত, মই ভাৰতৰ প্ৰগতিত দিব্যাংগসকলৰ চমকপ্ৰদ প্ৰাপ্তি আৰু যোগদানৰ প্ৰশংসা কৰিছো। তেওঁলোকৰ জীৱন যাত্ৰা, তেওঁলোকৰ সাহস আৰু দৃঢ় সংকল্প অত্যন্ত প্ৰেৰণাদায়ক।
ভাৰত চৰকাৰে দিব্যাংগসকলক সবল কৰি তোলা আন্তঃগাঁথনিসমূহ অধিক শক্তিশালী কৰি তুলিবলৈ সক্ৰিয়ভাৱে কাম কৰি আছে। তেওঁলোকৰ বাবে সমতা, সুগমতা আৰু সুযোগ সুনিশ্চিত কৰাৰ ওপৰত নিৰন্তৰ জোৰ দি আছে।"
The Government of India is actively working to further strengthen infrastructure that empowers persons with disabilities. The emphasis remains on equality, accessibility and opportunity.
— Narendra Modi (@narendramodi) December 3, 2021