প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জেনেৰেল এট’মিক্স গ্ল’বেল কৰ্প’ৰেশ্যনৰ মুখ্য কাৰ্য্যবাহী শ্ৰী বিবেক লালৰ সৈতে মিলিত হয়।
তেওঁলোকে ভাৰতৰ প্ৰতিৰক্ষা প্ৰযুক্তি খণ্ডটোৰ সুদৃঢ়কৰণ সন্দৰ্ভত আলোচনা কৰে। শ্ৰী লালে ভাৰতৰ প্ৰতিৰক্ষা আৰু বৰ্ধমান প্ৰযুক্তি মেনুফেক্সাৰিং ত্বৰান্বিতকৰণ আৰু কেপাচিটি বিল্ডিং বৰ্ধনৰ অৰ্থে শেহতীয়া নীতি পৰিৱৰ্তনৰ শলাগ লয়।
Discussing a subject of the future, which has captured the imagination of the present.
— PMO India (@PMOIndia) September 23, 2021
Mr. Vivek Lall of @GeneralAtomics Global Corporation interacted with PM @narendramodi. They discussed India's strides in drone technology, including the path-breaking reforms and PLI scheme. pic.twitter.com/E04fzp1Odf
Confidence and policy reforms coming out of India, says Mr. Vivek Lall, Chief Executive of @GeneralAtomics Global Corporation.
— PMO India (@PMOIndia) September 23, 2021
He shares details on what he and PM @narendramodi discussed during their meeting a short while ago. pic.twitter.com/BJmuIk8zZ6