প্ৰধানমন্ত্ৰী শ্ৰী নৰে্ন্দ্ৰ মোদীয়ে ব্লেকষ্টনৰ অধ্যক্ষ, চিইঅ’ আৰু সহ-প্ৰতিষ্ঠাপক শ্ৰীযুত ষ্টিফেন স্বোৱাৰ্জমেনক সাক্ষাৎ কৰে৷
স্বোৱাৰ্জমেনে প্ৰধানমন্ত্ৰীক ভাৰতত চলি থকা ব্লেকষ্টনৰ প্ৰকল্পসমূহৰ সন্দৰ্ভত চমুকৈ কোৱাৰ লগতে আন্তঃগাঁথনি আৰু ৰিয়েল ষ্টেট খণ্ডত অধিক বিনিয়োগৰ বিষয়ে অৱগত কৰে৷ নেচনেল ইনফ্ৰাষ্ট্ৰাকচাৰ পাইপলাইন আৰু নেচনেল মনিটাইজেচন পাইপলাইনৰ বিনিয়োগৰ সুযোগৰ সন্দৰ্ভতো আলোচনা কৰে৷
Giving greater momentum to investments in India.
— PMO India (@PMOIndia) September 23, 2021
Mr. Stephen Schwarzman, the CEO of @blackstone met PM @narendramodi. Various investment opportunities in India, including those arising due to the National Infrastructure Pipeline and National Monetisation Pipeline were discussed. pic.twitter.com/i7zHAECppi
Mr. Stephen Schwarzman, the CEO of @blackstone speaks about the interaction with the Prime Minister and the plans of investing in India in the times to come. pic.twitter.com/MAjvmBUj1H
— PMO India (@PMOIndia) September 23, 2021