প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৪ আগষ্টত জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকাৰ বিজ্ঞান একাডেমীৰ বিখ্যাত জিনীয় বিশেষজ্ঞ আৰু মুখ্য কাৰ্যবাহী বিষয়া ড° হিমলা ছুডিয়ালক সাক্ষাৎ কৰে।
মানৱ জিনীয় ৰেখাৰ ডমেইন আৰু ৰোগ পৰীক্ষাত ইয়াৰ প্ৰয়োগ সম্পৰ্কে তেওঁলোকে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে ড° ছুডিয়ালক জিনীয় ক্ষেত্ৰত ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতা কৰিবলৈ আমন্ত্ৰণ জনায়।
Had a very interesting conversation with Dr. Himla Soodyall, a leading geneticist of South Africa. She talked about her work and her passion for science and innovation. pic.twitter.com/C7Sr07yknW
— Narendra Modi (@narendramodi) August 24, 2023