সমগ্ৰ দেশতে জলসংৰক্ষণৰ বাবে কাৰ্যকৰী প্ৰয়াস কৰা হৈছে; সংবাদ মাধ্যমে জলসংৰক্ষণৰ বাবে বিভিন্ন উদ্ভাৱনমূলক পদক্ষেপ গ্ৰহণ কৰিছেঃ #মন কী বাতত প্ৰধানমন্ত্ৰী
উত্তৰ পূৰ্বাঞ্চলৰ এক অতুলনীয় ৰাজ্য মেঘালয়ে জলনীতি প্ৰৱৰ্তন কৰি দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছেঃ #মন কী বাতত প্ৰধানমন্ত্ৰী
#মন কী বাতত প্ৰধানমন্ত্ৰী মোদীঃ জলসংৰক্ষণৰ বাৰ্তা প্ৰচাৰৰ বাবে মেলাসমূহ এক মাধ্যম হিচাপে বিবেচিত হ’ব নোৱাৰেনে?
#মন কী বাতঃ প্ৰধানমন্ত্ৰীয়ে কৰ্কট ৰোগক জয় কৰি তথা ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতৰ নাম উজ্বলোৱা শিশুসকলক ‘চেম্পিয়ন’ হিচাপে অভিহিত কৰে
ভাৰতীয় মহাকাশ অভিযানৰ বাবে ২০১৯ৰ বৰ্ষটো এক সুন্দৰ বৰ্ষ হিচাপে পৰিগণিত হৈছেঃ #মন কী বাতত প্ৰধানমন্ত্ৰী
চন্দ্ৰায়ন-২ৰ উৎক্ষেপণে প্ৰতিজন নাগৰিক হৃদয় গৌৰৱ আৰু আনন্দেৰে আন্দোলিত কৰি তুলিছেঃ #মন কী বাতত প্ৰধানমন্ত্ৰী
চন্দ্ৰায়ন-২য়ে আমাক চন্দ্ৰৰ বিষয়ে ভালদৰে জনাৰ সুবিধা প্ৰদান কৰিবঃ #মন কী বাতত প্ৰধানমন্ত্ৰী
চন্দ্ৰায়ন-২ সম্পূৰ্ণৰূপে স্থানীয় প্ৰযুক্তি৷ ই আত্মা আৰু হৃদয়েৰে ভাৰতীয়ঃ #মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
আমি জীৱনত অস্থায়ী সমস্যাৰ সন্মুখীন হওঁ, কিন্তু আমি সদায়েই আমাৰ মাজত ইয়াক অতিক্ৰম কৰিব পৰা শক্তি অন্তৰ্নিহিত আছে বুলি মনত ৰাখিব লাগেঃ #মন কী বাতত প্ৰধানমন্ত্ৰী
#মন কী বাতঃ প্ৰধানমন্ত্ৰী মোদীয়ে চন্দ্ৰায়নে চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰাৰ বিৰল মুহূৰ্তৰ সাক্ষী হ’বলৈ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত কৰা কুইজ প্ৰতিযোগিতাৰ বিষয়ে ঘোষণা কৰি সৰ্বাধিক নম্বৰ লাভ কৰিবলৈ আহ্বান জনায়!
পাঁচ বছৰ পূৰ্বে আৰম্ভ কৰা স্বচ্ছতাৰ প্ৰতি সামূহিক প্ৰয়াসে এক মাইলষ্টোন স্থাপন কৰিছেঃ #মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
#মন কী বাতঃ জম্মু আৰু কাশ্মীৰত অনুষ্ঠিত ‘বেক টু ভিলেজ’ কাৰ্যসূচীক প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰশংসা কৰে
‘বেক টু ভিলেজ’ কাৰ্যসূচী হ’ল প্ৰামাণিক সত্যৰ সাক্ষ্য যে জম্মু আৰু কাশ্মীৰৰ জনতাই সুশাসন বিচাৰেঃ #মন কী বাতত প্ৰধানমন্ত্ৰী
জুলাই ১ তাৰিখৰ পৰা তিনি লাখতকৈও অধিক তীৰ্থযাত্ৰীয়ে পবিত্ৰ অমৰনাথ দৰ্শন কৰিছেঃ #মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
এই বৰ্ষত উত্তৰাখণ্ডত চাৰধাম যাত্ৰা আৰম্ভ হোৱাৰে পৰা ডেৰ মাহৰ ভিতৰত ৮ লাখতকৈও অধিক ভক্তই কেডাৰনাথ ধাম দৰ্শন কৰিছেঃ #মন কী বাতত প্ৰধানমন্ত্ৰী
বানাক্ৰান্ত লোকসকলক মই আশ্বাস প্ৰদান কৰিছো যে কেন্দ্ৰ, ৰাজ্য চৰকাৰে সহযোগিতাৰে বান প্ৰভাৱিত লোকসকলক সকলো ধৰণৰ সাহায্য প্ৰদানৰ বাবে ক্ষীপ্ৰ গতিৰে কাম কৰি আছেঃ #মন কী বাতত প্ৰধানমন্ত্ৰী

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ সাধাৰণতে আপোনালোক আৰু মই এই ‘মন কী বাত’ৰ বাবে অপেক্ষা কৰি থাকো৷ এইবাৰো অসংখ্য চিঠি, মন্তব্য আৰু ফোন কল, দিহা–পৰামৰ্শেৰে ভৰি পৰিছে– সকলোৱেই কিবা এটা কৰিবলৈ বিচাৰে;অথবা প্ৰকাশ কৰিবলৈ বিচাৰে৷ ব্যক্তিবিশেষে সেই আবেগ অনুভৱ কৰিব পাৰে৷ এই অসংখ্য পদক্ষেপ মই একত্ৰিত কৰিবলৈ বিচাৰো কিন্তু সময়ৰ সীমাৱদ্ধতাৰ ফলত সেয়া সম্ভৱ নহয়৷ এনেকুৱা অনুভৱ হয় যেন মই পৰীক্ষাত অৱতীৰ্ণ হৈছো৷ তথাপিও মই আপোনালোকৰ বহুমূলীয়া চিন্তা–ধাৰা পুনৰ বিচাৰিছো যি মন কী বাতৰ অৱগুণ্ঠনত সূতাৰ ভূমিকা পালন কৰে৷

আপোনালোকৰ বোধহয় মনত আছে, যোৱা খণ্ডত মই প্ৰেমচন্দজীৰ চুটি গল্পৰ সংগ্ৰহৰ বিষয়ে অৱতাৰণা কৰিছিলো৷ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলো যে যিয়েই গ্ৰন্থ নপঢ়ো কিয় তাৰে কিছুমান বিশেষ কথা নৰেন্দ্ৰ মোদী এপত বিনিময় কৰা উচিত৷ বিভিন্ন সংখ্যক লোকে গ্ৰন্থ বিষয়ক নানা তথ্য বিনিময় কৰা মই পৰিলক্ষিত কৰিছো৷ বিজ্ঞান, প্ৰযুক্তি, উদ্ভাৱন, ইতিহাস, সংস্কৃতি, ব্যৱসায়, জীৱনী আদি বিভিন্ন বিষয়ত হোৱা আলোচনাই সঁচায়েই হৃদয় আন্দোলিত কৰিছে৷ কিছুমানে মোক অন্য বহুতো গ্ৰন্থৰ বিষয়েও ধ্যানকেন্দ্ৰিত কৰিবলৈ পৰামৰ্শ দিছে৷ ঠিক আছে, মই আপোনালোকৰ সৈতে অন্য গ্ৰন্থৰ বিষয়েও আলোচনা কৰিম৷ কিন্তু এটা কথা ক’বই লাগিব যে এইকেইদিন মই গ্ৰন্থ অধ্যয়ন কৰিবলৈ বিশেষ সময় পোৱা নাই৷ কিন্তু আপোনালোকৰ আলোচনাৰ ভিত্তিত মই বিভিন্ন বিষয়ৰ গ্ৰন্থৰ বিষয়ে জানিবলৈ সক্ষম হৈছো৷ কিন্তু যোৱা এটা মাহৰ অভিজ্ঞতাই মোক শিকালে যে ইয়াক আমি আগুৱাই লৈ যোৱা উচিত৷ আমি নৰেন্দ্ৰ মোদী এপত এটা স্থায়ী গ্ৰন্থ শিতান এটা ৰাখিব নোৱাৰোনে যাতে যেতিয়াই আমি গ্ৰন্থ এখন অধ্যয়ন কৰো তেতিয়াই এই প্লেটফ’ৰ্মত গ্ৰন্থখনৰ বিষয়ে আলোচনা কৰিব পাৰো! আৰু আপোনালোকে এই গ্ৰন্থ শিতানৰ বাবে এটা নামৰো পৰামৰ্শ প্ৰদান কৰিব পাৰে৷ মই বিচাৰো যে এই গ্ৰন্থ শিতান পঢ়ুৱৈ তথা লিখকসকলৰ বাবে এক সক্ৰিয় মঞ্চ হিচাপে বিবেচিত হওক৷ সেয়ে অধ্যয়ন কৰি যাওক আৰু লিখি যাওক; তথা মন কী বাতৰ বন্ধুসকলৰ সৈতে ইয়াক বিনিময় কৰি যাওক৷       

বন্ধুসকল, মই ‘মন কী বাত’ত জল সংৰক্ষণৰ বিষয়টো উত্থাপন কৰিছিলো আৰু আজি মই অনুভৱ কৰিছো যে এই বিষয়টো উত্থাপন কৰাৰ পূৰ্বেই ই আপোনালোকৰ বাবে অতিশয় স্পৰ্শকাতৰ বিষয় আছিল, তাৰোপৰি ই বিশ্বজনীন মানৱীয়তাৰো এটা বিষয়৷ মই অনুভৱ কৰিছো যে এই বিষয়টোৱে দেশবাসীৰ হৃদয় স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে৷ দেশৰ বিভিন্ন স্থানত বিভিন্ন পদক্ষেপো গ্ৰহণ কৰা হৈছে৷ জনতাই পৰম্পৰাগত পদ্ধতিসমূহৰ বিষয়ে তথ্য বিনিময় কৰিছে৷ সংবাদ মাধ্যমেও কিছুমান উদ্ভাৱনীমূলক শিবিৰৰ আয়োজন কৰিছে৷ এয়া চৰকাৰেই হওক অথবা এনজিঅ’য়েই হওক, ইয়াক যুদ্ধকালীন গতিত আগবঢ়াই নিয়া হৈছে৷ তেনেধৰণৰ ঘটনাৰ সাক্ষী হ’বলৈ পোৱাটো সঁচাকৈয়ে সন্তোষজনক৷ তেনে এটা ঘটনা দেখিবলৈ পোৱা গৈছে ঝাৰখণ্ডৰ ৰাঁচীৰ নিকটৱৰ্তী ওৰমানঝি ব্লকৰ আৰা কেৰাম গাঁৱত৷ গাঁওবাসীয়ে জল সংৰক্ষণৰ ক্ষেত্ৰত দেখুওৱা উৎসাহ আৰু উদ্দীপনা সঁচায়েই সকলোৰে বাবে আদৰ্শ হৈ পৰিছে৷ গাঁওবাসীয়ে পাহাৰৰ জুৰিৰ দিশ পৰিৱৰ্তন কৰিবলৈ মূৰৰ ঘাম মাটিত মিহলি কৰিছে৷ এই পদ্ধতিটো সম্পূৰ্ণৰূপে স্থানীয় পদ্ধতি৷ ইয়াৰ দ্বাৰা কেৱল ভূমি ক্ষয় আৰু শস্য নষ্ট প্ৰতিৰোধ হোৱাই নহয়, পথাৰসমূহলৈ উপযুক্ত জলসিঞ্চনৰো ব্যৱস্থা সম্ভৱ হৈছে৷ আৰু আপোনালোকে জানি সুখী হ’ব যে উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় হ’ল স্ব–জল নীতি প্ৰৱৰ্তন কৰা প্ৰথমখন ৰাজ্য৷ মই মেঘালয় চৰকাৰক অভিনন্দন জনাইছো৷

হাৰিয়ানাত অল্পসংখ্যক পানীৰ প্ৰয়োজন হোৱা শস্যসমূহৰ বাবে উৎসাহ জনোৱা হৈছে৷ ইয়াৰ দ্বাৰা কৃষকসকলে ক্ষতিৰ পৰা ৰক্ষা পৰিছে৷ মই বিশেষভাৱে হাৰিয়ানাৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছো কিয়নো তেওঁলোকে কৃষকসকলৰ সৈতে যোগাযোগ স্থাপন কৰি অধিক পানী ব্যৱহাৰ হোৱা পৰম্পৰাগত কৃষিসমূহ নকৰি এনে ধৰণৰ কৃষিৰ বাবে উদগনি জনাইছে৷

এয়া উৎসৱৰ বতৰ৷ এই উপলক্ষে বহু মেলাৰ আয়োজন কৰা হৈছে৷ এই পৰিপ্ৰেক্ষিতত আমি এই মেলাসমূহত জল সংৰক্ষণৰ বাৰ্তা প্ৰদান কৰিব নোৱাৰোনে? সমাজৰ বিভিন্ন লোক এই মেলালৈ আহে৷ ইয়াত আমি কাৰ্যকৰীভাৱে মঞ্চ ব্যৱহাৰ কৰি অথবা বাটৰ নাটেৰে জল সংৰক্ষণৰ বাৰ্তা প্ৰদান কৰিব পাৰো আৰু অতি সহজে উৎসৱৰ উৎসাহৰ মাজত জল সংৰক্ষণৰ বাৰ্তা বিনিময় কৰিব পাৰো৷

বন্ধুসকল, কিছুমান ঘটনাই আমাৰ মন প্ৰফুল্লিত কৰি তোলে; বিশেষকৈ যেতিয়া আমাৰ শিশুসকলে সাফল্য অৰ্জন কৰে৷ মই কেইগৰাকীমান শিশুৰ নাম উল্লেখ কৰিবলৈ বিচাৰিছো৷ তেওঁলোক হ’ল– নিধি বাইপ’টু, মনীষ যোশী, দেৱাংশী ৰাৱত, তনুশ জৈন, হৰ্ষ দেৱধাৰকাৰ, অনন্ত তিৱাৰী, প্ৰীতি নাগ, অথৰ্ব দেশমুখ, অৰুণ্যতেশ গাংগুলী আৰু হৃত্বিক আলামান্দা৷

মই তেওঁলোকৰ বিষয়ে যি ক’ম সেয়া শুনি আপোনালোকৰ হৃদয় আনন্দ আৰু গৌৰৱেৰে ভৰি পৰিব৷ আমি সকলোৱে জানো যে কৰ্কট শব্দটোৱেই বিশ্ববাসীত ভয়ত বিতত কৰিবলৈ যথেষ্ট৷ ই আমাক দুৱাৰদলিত মৃত্যুৰ ছবি প্ৰদৰ্শিত কৰে৷ কিন্তু এই দহগৰাকী শিশুৱে কেৱল এই মৃত্যুমুখী ৰোগৰ সৈতে যুঁজ দিয়াই নহয়, নিজৰ অসাধাৰণ কাৰ্যৰ দ্বাৰা সমগ্ৰ বিশ্বতে ভাৰতৰ নাম উজ্বলাবলৈ সমৰ্থ হৈছে৷ খেলসমূহত আমি প্ৰায়েই দেখো যে খেলুৱৈসকলে টুৰ্ণামেণ্ট জয় কৰাৰ পিছত অথবা মেডেল লাভৰ পিছত চেম্পিয়ন বিবেচিত হয়, কিন্তু এয়া এনে এক দুৰ্লভ দৃশ্য য’ত এওঁলোকে খেলত অংশগ্ৰহণ কৰাৰ পূৰ্বেই চেম্পিয়ন আছিল আৰু জীৱনৰ যুঁজতো চেম্পিয়ন হৈছে৷

দৰাচলতে, এই মাহত মস্কোত বিশ্ব শিশু বিজয়ী ক্ৰীড়াৰ আয়োজন হৈছিল৷ এয়া এনে এক আচৰিত ক্ৰীড়া য’ত যুৱ কৰ্কট ৰোগী যিসকলে কৰ্কট ৰোগ জয় কৰিছে তেওঁলোকে অংশগ্ৰহণ কৰে৷ এই প্ৰতিযোগিতাত শ্বুটিং, দবা, সাঁতোৰ, দৌৰ, ফুটবল আৰু টেবুল টেনিচৰ দৰে প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷ আমাৰ দেশৰ এই দহগৰাকী চেম্পিয়নে এই ক্ৰীড়াত মেডেল লাভ কৰিছে৷ ইয়াৰে কিছুমান খেলুৱৈয়ে একাধিক ক্ৰীড়াত মেডেল লাভ কৰিছে৷

মোৰ মৰমৰ দেশবাসীসকল, মোৰ সম্পূৰ্ণ বিশ্বাস যে আকাশৰ সীপাৰে, মহাকাশত, ভাৰতৰ সফলতাৰ বিষয়ে নিশ্চয়েই গৰ্ব হ’ব– চন্দ্ৰায়ন ২৷ ৰাজস্থানৰ যোধপুৰ সঞ্জীৱ হৰিপুৰা, কলকাতাৰ মহেন্দ্ৰ কুমাৰ দাগা, তেলেংগানাৰ অৰৱিন্দ ৰাও, এনে বহুকেইজন ব্যক্তিয়ে মোক নৰেন্দ্ৰ মোদী এপ আৰু মাই গভত লিখিছে আৰু তেওঁলোকে ‘মন কী বাত’ত চন্দ্ৰায়ন–২ৰ বিষয়ে আলোচনা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷ প্ৰকৃততে মহাকাশ সন্দৰ্ভত ২০১৯ চন ভাৰতৰ বাবে অতিশয় সুন্দৰ বৰ্ষ৷ আমাৰ বৈজ্ঞানিকসকলে, মাৰ্চ মাহত এ–ছেট উৎক্ষেপন কৰিছিল আৰু তাৰপিছত চন্দ্ৰায়ন–২৷ নিৰ্বাচনৰ ধামখুমীয়াত এ–ছেটৰ দৰে বৃহৎ খবৰ তল পৰি ৰৈছিল য’ত আমি এ–ছেটৰ মিছাইলৰ দ্বাৰা কেৱল তিনি মিনিটত তিনিশ কিলোমিটাৰ দূৰৰ উপগ্ৰহ ধৰাশায়ী কৰাৰ ক্ষমতা লাভ কৰিছিলো৷ এই ক্ষমতা লাভ কৰা ভাৰত বিশ্বৰ ভিতৰতে চতুৰ্থখন দেশ আৰু এতিয়া ২২ জুলাইত সমগ্ৰ দেশে গৌৰৱেৰে প্ৰত্যক্ষ কৰিলে যে কিদৰে চন্দ্ৰায়ন ২য়ে শ্ৰীহৰিকোটাৰ পৰা মহাকাশত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সমৰ্থ হ’ল৷ চন্দ্ৰায়ন ২ৰ উৎক্ষেপণৰ আলোকচিত্ৰই দেশবাসীক গৌৰৱান্বিত কৰিলে৷চন্দ্ৰায়ন–২, এই অভিযান বহুক্ষেত্ৰত উল্লেখযোগ্য হিচাপে বিবেচিত হৈছে৷ এই অভিযানে চন্দ্ৰৰ বিষয়ে আমাৰ জ্ঞান অধিক স্পষ্ট কৰিব৷ কিন্তু আপোনালোকে যদি মোক সোধে যে চন্দ্ৰায়ন –২ৰ পৰা মই কোন দুটা ডাঙৰ শিক্ষা পালো, তাৰ উত্তৰত মই ক’ম– বিশ্বাস আৰু নিৰ্ভীকতা৷ আমি নিজৰ দক্ষতা আৰু সামৰ্থৰ ওপৰত বিশ্বাস কৰিব লাগে, নিজৰ প্ৰতিভা আৰু ক্ষমতাৰ ওপৰত বিশ্বাস কৰিব লাগে৷ আপুনি এয়া জানি সুখী হ’ব যে চন্দ্ৰায়ন–২ত সম্পূৰ্ণ ভাৰতীয় ৰং বুলোৱা হৈছে৷ এয়া সম্পূৰ্ণৰূপে ভাৰতীয়৷ সম্পূৰ্ণ স্বদেশী অভিযান৷ এই অভিযানে এই কথা নিশ্চিত কৰিলে যে যেতিয়া নতুন নতুন ক্ষেত্ৰত কিবা এটা কৰাৰ বাবে উদ্ভাৱনী উৎসাহৰ কথা উল্লেখ হয়, তেনে ক্ষেত্ৰত আমাৰ বৈজ্ঞানিকসকল সৰ্বশ্ৰেষ্ঠ, বিস্তস্তৰীয় হয়৷ দ্বিতীয়টো গুৰুত্বপূৰ্ণ কথা এয়ে যে যিকোনো ব্যৱধানক লৈ শংকা কৰিব নালাগে৷ যিদৰে আমাৰ বৈজ্ঞানিকসকলে, অভিলেখ সময়ত, দিবা–নৈশ এক কৰি সকলো প্ৰযু্ক্তিগত সমস্যা ঠিক কৰি চন্দ্ৰায়ন–২ক উৎক্ষেপণ কৰিলে, এয়া অতিশয় গৌৰৱৰ কথা৷ বৈজ্ঞানিকসকলৰ এই মহান তপস্যা সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিলে৷ ইয়াক লৈ আমি গৰ্ব কৰিব লাগে আৰু সময়ৰ ব্যৱধানৰ পিছতো তেওঁলোকে লক্ষ্য প্ৰাপ্তিৰ সময় পৰিৱৰ্তন নকৰিলে আৰু এয়াই হ’ল আশ্বৰ্যকৰ কথা৷ আমি আমাৰ জীৱনতো অস্থায়ী সমস্যাৰ সন্মুখীন হ’ব পাৰো কিন্তু আমি সদায়েই মনত ৰাখিব লাগে এয়া লাভ কৰাৰ সামৰ্থ আমাৰ মাজত আছে৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে চন্দ্ৰায়ন–২ৰ অভিযানে দেশৰ যুৱ প্ৰজন্মক বিজ্ঞান আৰু উদ্ভাৱনৰ বাবে উৎসাহিত কৰিব৷ দৰাচলতে বিজ্ঞানেই হ’ল বিকাশ পথ৷ এতিয়া আমি অধীৰ আগ্ৰহেৰে ছেপ্টেম্বৰ মাহলৈ অপেক্ষা কৰি আছো যেতিয়া চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ– বিক্ৰম আৰু ৰোভাৰ– প্ৰজ্ঞানে অৱতৰণ কৰিব৷ আজি ‘মন কী বাত’ৰ জৰিয়তে মই দেশৰ বিদ্যাৰ্থী বন্ধুসকলৰ সৈতে, যুৱ বন্ধুসকলৰ সৈতে এক আকৰ্ষণীয় প্ৰতিযোগিতাৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিছো আৰু দেশৰ যুৱক–যুৱতীসকলক কুইজ প্ৰতিযোগিতালৈ নিমন্ত্ৰিত কৰিছো৷ এই কুইজ প্ৰতিযোগিতাৰ বিষয়বস্তু হ’ব মহাকাশৰ সৈতে জড়িত কৌতুহলসমূহ, ভাৰতৰ মহাকাশ অভিযান, বিজ্ঞান আৰু প্ৰযুক্তি৷ ৰকেট উৎক্ষেপণৰ বাবে কি কি কৰিব লাগে, উপগ্ৰহক কক্ষপথত কিদৰে অৱতৰণ কৰোৱা হয় আৰু উপগ্ৰহৰ পৰা আমি কি কি তথ্য পাব পাৰো, এ–ছেট কি, এনেকুৱা বহু কথা৷ মাই গভ ৱেবছাইটত এক আগষ্ট তাৰিখে এই প্ৰতিযোগিতাৰ বিষয়ে সবিশেষ তথ্য প্ৰদান কৰা হ’ব৷ মই যুৱ বন্ধুসকল, বিদ্যাৰ্থীসকলক অনুৰোধ কৰিম যে তেওঁলোকে এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু ইয়াক আকৰ্ষণীয় কৰি তোলক৷ মই বিদ্যালয়, অভিভাৱক, আচাৰ্য তথা শিক্ষকসকলকো অনুৰোধ জনাম যে নিজৰ বিদ্যালয়ক বিজয়ী কৰি তুলিবলৈ তেওঁলোকে যাতে প্ৰয়াস কৰে৷ সকলো বিদ্যাৰ্থীক যেন ইয়াত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে আৰু সকলোতকৈ আকৰ্ষণীয় কথাটো হ’ল, প্ৰতিখন ৰাজ্যৰ পৰা, সৰ্বাধিক নম্বৰ পোৱা বিদ্যাৰ্থীক ভাৰত চৰকাৰে নিজৰ খৰচত শ্ৰীহৰিকোটালৈ লৈ যাব আৰু ছেপ্টেম্বৰত তেওঁলোকে চন্দ্ৰায়নে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ বিৰল মুহূৰ্তৰ সাক্ষী হ’ব পাৰিব৷ এয়া বিজয়ী বিদ্যাৰ্থীসকলৰ বাবে তেওঁলোকৰ জীৱনৰ এক ঐতিহাসিক ঘটনা হিচাপে বিবেচিত হ’ব আৰু ইয়াৰ বাবে আপোনালোকে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব, সৰ্বাধিক নম্বৰ লাভ কৰিব লাগিব আৰু আপুনি বিজয়ী হ’ব লাগিব৷

বন্ধুসকল, মোৰ এই প্ৰস্তাৱ নিশ্চয় আপোনালোকে ভাল পাইছে– নহয় জানো! তেন্তে কুইজত অংশগ্ৰহণ কৰিবলৈ নাপাহৰিব আৰু অধিকাংশ লোকক ইয়াৰ বাবে উৎসাহিত কৰিব৷ মোৰ মৰমৰ দেশবাসীসকল, আপোনালোকে এটা কথা নিশ্চয় প্ৰত্যক্ষ কৰিছে৷ আমাৰ মন কী বাতে স্বচ্ছতা অভিযানক সময়ে সময়ে গতি প্ৰদান কৰি আহিছে আৰু এই ধৰণে স্বচ্ছতাৰ বাবে কৰা প্ৰয়াসেও ‘মন কী বাত’ক সদায়েই উৎসাহিত কৰি আহিছে৷ পাঁচ বছৰ পূৰ্বে আৰম্ভ হোৱা এই অভিযানে আজি জনসাধাৰণৰ সহযোগত স্বচ্ছতাৰ নতুন মানদণ্ড স্থাপন কৰিছে৷ এনেকুৱা নহয় যে আমি স্বচ্ছতাত আদৰ্শ স্থিতি লাভ কৰিলো, কিন্তু যি ধৰণে অ’ডিএফৰ পৰা আৰম্ভ কৰি সাৰ্বজনিক স্থানত স্বচ্ছতা অভিযানে সফলতা লাভ কৰিছে, সেয়া হ’ল এশ ত্ৰিশ কোটি দেশবাসীৰ সংকল্পৰ শক্তি, কিন্তু আমি থমকি নৰও৷ এই আন্দোলনে এতিয়া স্বচ্ছতাৰ পৰা সৌন্দৰ্যতালৈ গতি কৰিছে৷ কিছুদিন পূৰ্বে মই সংবাদ মাধ্যমত শ্ৰীমান যোগেশ সৈনী আৰু তেওঁৰ দলটোৰ কাহিনী প্ৰত্যক্ষ কৰিছিলো৷ যোগেশ সৈনী এজন অভিযন্তা আৰু আমেৰিকাত তেওঁ নিজৰ চাকৰি এৰি আহি মা ভাৰতীৰ সেৱাৰ বাবে ঘূৰি আহিছে৷ তেওঁলোকে কিছু সময় পূৰ্বে দিল্লীক স্বচ্ছই নহয় বৰঞ্চ সুন্দৰ কৰি তোলাৰো পদক্ষেপ গ্ৰহণ কৰিছে৷ তেওঁ নিজৰ দলৰ সৈতে লোধী উদ্যানৰ আৱৰ্জনাৰ পাত্ৰৰ পৰা আৰম্ভ কৰিছে৷ বাটৰ কলাৰ মাধ্যমেৰে দিল্লীৰ বিভিন্ন অঞ্চলত সুন্দৰ পেইণ্টিঙেৰে সজোৱাৰ কাম কৰিছে৷ অভাৰ ব্ৰীজ আৰু বিদ্যালয়ৰ দেৱালসমূহৰ পৰা আৰম্ভ কৰি জুপুৰি পৰ্যন্ত তেওঁ নিজৰ প্ৰতিভা দাঙি ধৰিছে আৰু জনসাধাৰণে তেওঁক সহযোগো কৰিছে৷ আপোনালোকৰ মনত আছে চাগে কুম্ভৰ সময়ত প্ৰয়াগৰাজক কিদৰে পথৰ পেইণ্টিঙেৰে সজোৱা হৈছিল৷ মই কথাটো গম পালো৷ তাতে যোগেশ সৈনী আৰু তেওঁৰ দলে বৃহৎ ভূমিকা পালন কৰিছিল৷ ৰং আৰু ৰেখাৰ কোনো বাক্ শক্তি নাথাকিব পাৰে কিন্তু ইয়াৰ দ্বাৰা নিৰ্মিত হোৱা চিত্ৰই যি ইন্দ্ৰধনুৰ সৃষ্টি কৰে, তাৰ বাৰ্তা সহস্ৰ শব্দতকৈও অধিক প্ৰভাৱশালী বিবেচিত হয় আৰু স্বচ্ছতা অভিযানৰ সৌন্দৰ্যতাত মই এই কথা অনুভৱ কৰিছো৷ আমাৰ বাবে এয়া প্ৰয়োজনীয় যে আৱৰ্জনাৰ পৰা সম্পত্তি নিৰ্মাণৰ আমাৰ যি সংস্কৃতি, এয়া আমাৰ সমাজত বিকশিত হওক৷ একধৰণে ক’বলৈ গ’লে আমি জাবৰৰ পৰা কাঞ্চন সৃষ্টিৰ দিশত অগ্ৰসৰ হ’ব লাগিব৷

মোৰ মৰমৰ দেশবাসীসকল, কিছুদিন পূৰ্বে মাই গভত মই এক সুন্দৰ টিপ্পনী পঢ়িবলৈ পালো৷ এই মন্তব্য জম্মু আৰু কাশ্মীৰৰ শোপিয়াং নিবাসী ভাই মহম্মদ আসলমৰ আছিল৷ তেওঁ লিখিছিল– ‘‘মন কী বাত’ শুনিবলৈ বৰ ভাল লাগে৷ মই এই কথা ক’বলৈ পাই সুখী অনুভৱ কৰিছো যে মই নিজৰ ৰাজ্য জম্মু–কাশ্মীৰত Community Mobilization Programme- Back To Villageৰ আয়োজনত সক্ৰিয় ভূমিকা পালন কৰিছো৷ এই কাৰ্যসূচীৰ আয়োজন জুন মাহত হৈছিল৷ মই ভাবো যে এনে কাৰ্যসূচীৰ আয়োজন প্ৰতি তিনিমাহৰ মূৰে মূৰে কৰিব লাগে৷ ইয়াৰ লগতে অনলাইন নিৰীক্ষণৰ ব্যৱস্থাও কৰিব লাগে৷ মোৰ বিচাৰত এয়া এই ধৰণৰ প্ৰথম কাৰ্যসূচী আছিল য’ত জনতাই প্ৰত্যক্ষভাৱে চৰকাৰৰ সৈতে কথা পাতিছিল৷’

ভাই মহম্মদ আসলমজীয়ে যি বাৰ্তা মোলৈ প্ৰেৰণ কৰিছে আৰু সেয়া পঢ়াৰ পিছত ‘বেক টু ভিলেজ’ কাৰ্যসূচীৰ বিষয়ে জনাৰ মোৰ উৎসুকতা বৃদ্ধি হৈছে৷ এই বিষয়ে যেতিয়া মই বিস্তাৰিত ৰূপত গম পালো তেতিয়া মই ভাবিলো যে ইয়াৰ বিষয়ে সমগ্ৰ দেশে জনাটো আৱশ্যক৷ কাশ্মীৰৰ জনতাই বিকাশৰ মুখ্যধাৰাৰ সৈতে অংশীদাৰ হোৱাৰ বাবে কিমান অধীৰ সেয়া এই কাৰ্যসূচীৰ পৰা গম পোৱা যায়৷ এই কাৰ্যসূচীৰ অধীনত প্ৰথমবাৰলৈ জ্যেষ্ঠ বিষয়াসমূহ প্ৰত্যক্ষভাৱে গাঁৱত উপস্থিত হৈছে৷ যিসকল বিষয়াক গাঁওবাসীয়ে কেতিয়াও দেখা পোৱা নাছিল, তেওঁলোকে স্বয়ং গাঁওবাসীৰ দুৱাৰমুখত উপস্থিত হৈছে যাতে বিকাশৰ কামত সৃষ্টি হোৱা বাধাৰ বিষয়ে তেওঁলোকে জানিবলৈ পাৰে, সমস্যাসমূহ দূৰ কৰিব পাৰে৷ এই কাৰ্যসূচী সপ্তাহজুৰি চলিছিল আৰু ৰাজ্যখনৰ প্ৰায় চাৰে চাৰি হাজাৰ পঞ্চায়তত চৰকাৰী বিষয়াই গাঁওবাসীক চৰকাৰী যোজনা আৰু কাৰ্যসূচীৰ বিষয়ে বিস্তাৰিতভাৱে বৰ্ণনা কৰে৷ তেওঁলোকে এয়াও ভূ লয় যে চৰকাৰী সেৱাসমূহ গাঁওবাসীয়ে পাইছে নে নাই? গাঁওবাসীয়ে মুক্তভাৱে নিজৰ সমস্যাৰ বিষয়ে বৰ্ণনা কৰে৷ সাক্ষৰতা, লিংগ অনুপাত, স্বাস্থ্য, স্বচ্ছতা, জল সংৰক্ষণ, বিদ্যুৎ, পানী, কন্যাসকলৰ শিক্ষা, জ্যেষ্ঠ নাগৰিকৰ প্ৰশ্ন আদি বিভিন্ন বিষয়ত আলোচনা কৰা হয়৷

বন্ধুসকল, এই কাৰ্যসূচী কোনো চৰকাৰী কাৰ্যসূচী নাছিল যে বিষয়াসকলে দিনটো গাঁও ঘূৰি সন্ধিয়া ঘূৰ আহিব৷ তেওঁলোকে দুদিন আৰু এৰাতি সেই পঞ্চায়তত আছিল৷ ইয়াৰ দ্বাৰা তেওঁলোকে গাঁৱত অধিক সময় থকাৰ সুযোগ পাইছিল৷ সকলোকে সাক্ষাৎ কৰিছিল৷ সকলো সংস্থাৰ সৈতে সাক্ষাৎ কৰিছিল৷ এই কাৰ্যসূচীক আকৰ্ষণীয় কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছিল৷ খেলো ইণ্ডিয়াৰ অধীনত শিশুসকলৰ মাজত খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল৷ তাতেই ক্ৰীড়াৰ সামগ্ৰী, মনৰেগাৰ জব কাৰ্ড আৰু এছচি/এছটিৰ স্বীকৃতিপত্ৰও প্ৰদান কৰা হৈছিল৷ বিত্তীয় শিক্ষাৰ শিবিৰ অনুষ্ঠিত কৰা হৈছিল৷ কৃষি, উদ্যান–শস্য আদি চৰকাৰী বিভাগসমূহৰ পৰা বিপণী মুকলি কৰা হৈছিল আৰু চৰকাৰী যোজনাৰ বিষয়ে অৱগত কৰোৱা হৈছিল৷ এইদৰে সেই আয়োজন এক বিকাশৰ উৎসৱ হিচাপে পৰিগণিত হৈ পৰিছিল, জন–সহযোগিতাৰ উৎসৱ হৈ পৰিছিল, জন–জাগৃতিৰ উৎসৱ হৈ পৰিছিল৷ কাশ্মীৰৰ জনতাই বিকাশৰ এই উৎসৱত মুক্তমনে অংশগ্ৰহণ কৰিছিল৷ সন্তোষৰ কথা এয়েই যে ‘বেক টু ভিলেজ’ কাৰ্যসূচীৰ আয়োজন এনে দূৰ–দুৰণিৰ গাঁৱত কৰা হৈছিল য’ত চৰকাৰী বিষয়াসকলে দুৰ্গম পথেৰে পাহাৰ বগাই কেতিয়াবা এদিন দুদিন খোজ কাঢ়ি উপস্থিত হ’বলগীয়া হৈছিল৷ এই বিষয়াসকলে ক্ৰ’ছ ফায়াৰিং হৈ থকা পঞ্চায়তসমূহলৈও গৈছিল৷ এয়াই নহয়, শোপিয়াং, পুলৱামা, কুলগাম আৰু অনন্তনাগৰ দৰে সংবেদনশীল জিলাতো এওঁলোকে নিৰ্ভয়ে উপস্থিত হৈছিল৷ বহুতো বিষয়াই তেওঁলোকৰ স্বাগতমত ইমান অভিভূত হৈ পৰিছিল যে তেওঁলোকে দুদিনতকৈও অধিক সময় সেই গাঁওসমূহত আছিল৷ এই অঞ্চলসমূহত গ্ৰাম সভাৰ আয়োজন হোৱা, বৃহৎ সংখ্যাত জনতাই ভাগ লোৱা আৰু নিজৰ বাবে যোজনা প্ৰস্তুত কৰা, এই সকলোবোৰ এক সুখদ অনুভূতি৷নতুন সংকল্প, নতুন উৎসাহ আৰু উল্লেখনীয় ফলাফল৷ এনেকুৱা কাৰ্যসূচী আৰু ইয়াত জনতাৰ অংশগ্ৰহণে এয়াই প্ৰদৰ্শিত কৰে যে কাশ্মীৰৰ আমাৰ ভাই–ভনীসকলে উত্তম শাসন ব্যৱস্থা বিচাৰে৷ ইয়াৰ দ্বাৰা এয়াও প্ৰতিফলিত হয় যে বিকাশৰ শক্তি বোমা–বন্দুকৰ শক্তিতকৈ সদায়েই ডাঙৰ৷ এয়া সত্য যে যিসকলে বিকাশৰ গতি ৰুদ্ধ কৰিব বিচাৰে, হিংসা বিয়পাব খোজে, তেওঁলোকৰ অপবিত্ৰ চিন্তা কেতিয়াও কাৰ্যকৰী নহয়৷

মোৰ মৰমৰ দেশবাসীসকল, জ্ঞানপীঠ পুৰস্কাৰেৰে সন্মানিত শ্ৰীমান দত্তাত্ৰেয় ৰামচন্দ্ৰ বেণ্ড্ৰেয়ে নিজৰ এক কবিতাত শাওণ মাহৰ গৰিমা এইদৰে প্ৰকাশ কৰিছে৷ তেওঁ কবিতাত এইদৰে উল্লেখ কৰিছে–

হোডিগে মডিগে আগ্যেদ লগ্ৰা৷

অদৰাগ ভুমি মগ্না৷

অৰ্থাৎ– বাৰিষাৰ প্ৰাণোচ্চলতা আৰু পানীৰ ধাৰাৰ বন্ধন অপূৰ্ব আৰু ইয়াৰ সৌন্দৰ্য দেখি পৃথিৱীও ‘মগ্ন’ হৈ পৰিছে৷ সমগ্ৰ ভাৰতবৰ্ষত বিভিন্ন সংস্কৃতি আৰু ভাষাৰ লোকে শাওণ মাহটোক নিজৰ ধৰণে উদযাপন কৰে৷ এই বতৰত আমি যেতিয়াই আমাৰ চৌপাশে চাও তেতিয়া এনে অনুভৱ হয় যেন ধৰিত্ৰীয়ে সেউজীয়া চাদৰ মেৰিয়াই লৈছে৷ চাৰিওফালে এক নতুন শক্তিৰ সঞ্চাৰ হয়৷ এই পবিত্ৰ মাহটোত বহু শ্ৰদ্ধালুৱে কাংৱড় যাত্ৰা আৰু অমৰনাথ যাত্ৰালৈ যায়৷ বহুতে নিয়মিত ৰূপত উপবাস ৰাখে আৰু উৎসাহেৰে জন্মাষ্টমী তথা নাগ পঞ্চমীৰ দৰে উৎসৱলৈ অপেক্ষা কৰে৷ এই সময়চোৱাত ভাই–ভনীৰ প্ৰেমৰ প্ৰতীক ৰাশি বন্ধনৰো উদযাপন কৰা হয়৷ শাওণ মাহৰ কথা উল্লেখ হোৱাৰ সময়ত এই কথা আপোনালোকে জানি সুখী হ’ব যে এইবাৰৰ অমৰনাথ যাত্ৰালৈ যোৱা চাৰিটা বছৰতকৈও সৰ্বাধিক যাত্ৰী গৈছে৷ ১ জুলাইৰ পৰা এতিয়ালৈ তিনি লাখতকৈও অধিক তীৰ্থযাত্ৰীয়ে পবিত্ৰ অমৰনাথ গুহা দৰ্শন কৰিছে৷ ২০১৫ চনত সম্পূৰ্ণ ৬০ দিনলৈ চলা এই যাত্ৰাত যিমান তীৰ্থযাত্ৰী আছিল, এইবাৰ কেৱল ২৮ দিনতে তাতোকৈ অধিক হৈছে৷

অমৰনাথৰ যাত্ৰাৰ সফলতাৰ বাবে মই বিশেষকৈ জম্মু–কাশ্মীৰৰ জনতাৰ তথা তেওঁলোকৰ আতিথ্যৰ প্ৰশংসা কৰিবলৈ বিচাৰিছো৷ যিসকল সোকে যাত্ৰাৰ পৰা উভতি আহিছে তেওঁলোকে ৰাজ্যখনৰ উমাল আতিথ্য তথা আপোনত্বৰ ভাৱনাৰ গুণগান গাইছে৷ এই সকলোবোৰৰ দ্বাৰা ভৱিষ্যতে পৰ্যটনৰ বাবেও অধিক লাভদায়ক হ’ব৷ মোক কোৱা হৈছে যে উত্তৰাখণ্ডতো এই বৰ্ষত যেতিয়া চাৰধাম যাত্ৰাৰ আৰম্ভণি হৈছিল, তেতিয়াৰে পৰা ডেৰ মাহৰ ভিতৰত ৮ লাখতকৈও অধিক শ্ৰদ্ধালুৱে কেদাৰনাথ ধাম দৰ্শন কৰিছে৷ ২০১৩ চনত হোৱা ভীষণ বিপত্তিৰ পিছত প্ৰথমবাৰলৈ এইবাৰ অভিলেখ সংখ্যাত তীৰ্থযাত্ৰী তাত উপস্থিত হৈছে৷

মই আপোনালোক সকলোকে আহ্বান জনাইছো যে দেশৰ এইসমূহ অংশলৈ আপোনালোকে নিশ্চয়কৈ আহক যাৰ সৌন্দৰ্যতা বাৰিষাৰ কালত অধিক হৈ পৰে৷ নিজৰ দেশৰ সৌন্দৰ্যতা উপভোগ কৰক আৰু নিজৰ দেশৰ লোকসমূহক বুজাৰ বাবে পৰ্যটন আৰু যাত্ৰাতকৈ অধিক ডাঙৰ শিক্ষক বোধহয় আৰু কোনো হ’ব নোৱাৰে৷ মই আপোনালোকলৈ শুভকামনা জনাইছো যে শাওণৰ এই সুন্দৰ আৰু জীৱন্ত মাহটোৱে যেন আপোনালোকৰ জীৱনলৈ শক্তি, নতুন আশা আৰু নতুন উৎসাহৰ সৃষ্টি কৰে৷ ঠিক সেইদৰে আগষ্ট মাহে ‘ভাৰত ত্যাগ’ৰ স্মৃতি সোঁৱৰণ কৰায়৷ মই বিচাৰিম যে ১৫ আগষ্টৰ বাবে আপোনালোকে যেন বিশেষ আয়োজন কৰে৷ স্বাধীনতাৰ এই পৰ্ব উদযাপন কৰাৰ বাবে নতুন পদ্ধতি বিচাৰক৷ জন–সহযোগিতা বৃদ্ধি কৰক৷১৫ আগষ্ট লোকোৎসৱ কিদৰে হ’ব, জনোৎসৱ কিদৰে হ’ব, এই চিন্তা আপোনালোকে নিশ্চয়কৈ কৰক৷ দ্বিতীয়তে এয়াই সেই সময় য’ত দেশৰ বিভিন্ন অংশ অত্যাধিক মাত্ৰাত বৰষুণ হ’বলৈ ধৰিছে৷ বহু ঠাই বানৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে৷ বানপানীৰ ফলত বহু ক্ষতি হৈছে৷ বানাক্ৰান্ত লোকসকলক মই আশ্বাস প্ৰদান কৰিছো যে কেন্দ্ৰ, ৰাজ্য চৰকাৰে সহযোগিতাৰে প্ৰভাৱিত লোকসকলক সাহায্য প্ৰদানৰ বাবে ক্ষীপ্ৰ গতিৰে কাম কৰি আছে৷ যেতিয়া টিভি চাও তেতিয়া বাৰিষাৰ এটাই দৃশ্য দেখিবলৈ পাও– সেয়া হ’ল চাৰিওফালে বান, ভৰা পানী, ট্ৰেফিক জাম৷ বাৰিষাৰ দ্বিতীয়খন ছবি– য’ত আমাৰ কৃষকসকল আনন্দিত হৈ উঠে, পক্ষীয়ে উমলে, বৈ থকা জুৰি, সেউজীয়া চাদৰ পিন্ধা ধৰিত্ৰী– এয়া প্ৰত্যক্ষ কৰাৰ বাবে আপোনালোকে নিজেই পৰিয়ালৰ সৈতে বাহিৰলৈ ওলাব লাগিব৷ বাৰিষাই প্ৰাণোচ্চলতা আৰু আনন্দ অৰ্থাৎ Freshness আৰু  Happiness, দুয়োটাকে লৈ আনে৷ এই বাৰিষাই যাতে আপোনালোকক নিৰন্তৰে সুখ প্ৰদান কৰক এয়াই মোৰ কামনা৷ আপোনালোক সকলোৱেই সুস্থ হৈ থাকক৷

মোৰ মৰমৰ দেশবাসীসকল, ‘মন কী বাত’- ক’ত আৰম্ভ কৰিম, ক’ত বিৰতি ল’ম– এয়া এক কঠিন কাৰ্য৷ কিন্তু সময়ৰো সীমা এটা আছে৷ এমাহৰ অপেক্ষাৰ পিছত পুনৰ আহিম৷ পুনৰ লগ পাম৷ মাহটোত আপোনালোকে মোক বহু কথা ক’ব৷ মই আগন্তুক ‘মন কী বাত’ত সেয়া উল্লেখ কৰাৰ বাবে প্ৰয়াস কৰি আৰু মই মোৰ যুৱ বন্ধুসকলক পুনৰবাৰ সোঁৱৰাই দিছো৷ কুইজ প্ৰতিযোগিতাৰ সুযোগ নেহেৰুৱাব৷ আপোনালোকে শ্ৰীহৰিকোটালৈ যোৱাৰ সি সুযোগ পাইছে সেয়া কোনো পৰিস্থিতিতেই নেহেৰুৱাব৷ আপোনালোক সকলোলৈ অশেষ ধন্যবাদ৷ নমস্কাৰ৷

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Working rapidly for Odisha's development, budget increased by 30% this yr, says PM Modi

Media Coverage

Working rapidly for Odisha's development, budget increased by 30% this yr, says PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s address at the Odisha Parba
November 24, 2024
Delighted to take part in the Odisha Parba in Delhi, the state plays a pivotal role in India's growth and is blessed with cultural heritage admired across the country and the world: PM
The culture of Odisha has greatly strengthened the spirit of 'Ek Bharat Shreshtha Bharat', in which the sons and daughters of the state have made huge contributions: PM
We can see many examples of the contribution of Oriya literature to the cultural prosperity of India: PM
Odisha's cultural richness, architecture and science have always been special, We have to constantly take innovative steps to take every identity of this place to the world: PM
We are working fast in every sector for the development of Odisha,it has immense possibilities of port based industrial development: PM
Odisha is India's mining and metal powerhouse making it’s position very strong in the steel, aluminium and energy sectors: PM
Our government is committed to promote ease of doing business in Odisha: PM
Today Odisha has its own vision and roadmap, now investment will be encouraged and new employment opportunities will be created: PM

जय जगन्नाथ!

जय जगन्नाथ!

केंद्रीय मंत्रिमंडल के मेरे सहयोगी श्रीमान धर्मेन्द्र प्रधान जी, अश्विनी वैष्णव जी, उड़िया समाज संस्था के अध्यक्ष श्री सिद्धार्थ प्रधान जी, उड़िया समाज के अन्य अधिकारी, ओडिशा के सभी कलाकार, अन्य महानुभाव, देवियों और सज्जनों।

ओडिशा र सबू भाईओ भउणी मानंकु मोर नमस्कार, एबंग जुहार। ओड़िया संस्कृति के महाकुंभ ‘ओड़िशा पर्व 2024’ कू आसी मँ गर्बित। आपण मानंकु भेटी मूं बहुत आनंदित।

मैं आप सबको और ओडिशा के सभी लोगों को ओडिशा पर्व की बहुत-बहुत बधाई देता हूँ। इस साल स्वभाव कवि गंगाधर मेहेर की पुण्यतिथि का शताब्दी वर्ष भी है। मैं इस अवसर पर उनका पुण्य स्मरण करता हूं, उन्हें श्रद्धांजलि देता हूँ। मैं भक्त दासिआ बाउरी जी, भक्त सालबेग जी, उड़िया भागवत की रचना करने वाले श्री जगन्नाथ दास जी को भी आदरपूर्वक नमन करता हूं।

ओडिशा निजर सांस्कृतिक विविधता द्वारा भारतकु जीबन्त रखिबारे बहुत बड़ भूमिका प्रतिपादन करिछि।

साथियों,

ओडिशा हमेशा से संतों और विद्वानों की धरती रही है। सरल महाभारत, उड़िया भागवत...हमारे धर्मग्रन्थों को जिस तरह यहाँ के विद्वानों ने लोकभाषा में घर-घर पहुंचाया, जिस तरह ऋषियों के विचारों से जन-जन को जोड़ा....उसने भारत की सांस्कृतिक समृद्धि में बहुत बड़ी भूमिका निभाई है। उड़िया भाषा में महाप्रभु जगन्नाथ जी से जुड़ा कितना बड़ा साहित्य है। मुझे भी उनकी एक गाथा हमेशा याद रहती है। महाप्रभु अपने श्री मंदिर से बाहर आए थे और उन्होंने स्वयं युद्ध का नेतृत्व किया था। तब युद्धभूमि की ओर जाते समय महाप्रभु श्री जगन्नाथ ने अपनी भक्त ‘माणिका गौउडुणी’ के हाथों से दही खाई थी। ये गाथा हमें बहुत कुछ सिखाती है। ये हमें सिखाती है कि हम नेक नीयत से काम करें, तो उस काम का नेतृत्व खुद ईश्वर करते हैं। हमेशा, हर समय, हर हालात में ये सोचने की जरूरत नहीं है कि हम अकेले हैं, हम हमेशा ‘प्लस वन’ होते हैं, प्रभु हमारे साथ होते हैं, ईश्वर हमेशा हमारे साथ होते हैं।

साथियों,

ओडिशा के संत कवि भीम भोई ने कहा था- मो जीवन पछे नर्के पडिथाउ जगत उद्धार हेउ। भाव ये कि मुझे चाहे जितने ही दुख क्यों ना उठाने पड़ें...लेकिन जगत का उद्धार हो। यही ओडिशा की संस्कृति भी है। ओडिशा सबु जुगरे समग्र राष्ट्र एबं पूरा मानब समाज र सेबा करिछी। यहाँ पुरी धाम ने ‘एक भारत श्रेष्ठ भारत’ की भावना को मजबूत बनाया। ओडिशा की वीर संतानों ने आज़ादी की लड़ाई में भी बढ़-चढ़कर देश को दिशा दिखाई थी। पाइका क्रांति के शहीदों का ऋण, हम कभी नहीं चुका सकते। ये मेरी सरकार का सौभाग्य है कि उसे पाइका क्रांति पर स्मारक डाक टिकट और सिक्का जारी करने का अवसर मिला था।

साथियों,

उत्कल केशरी हरे कृष्ण मेहताब जी के योगदान को भी इस समय पूरा देश याद कर रहा है। हम व्यापक स्तर पर उनकी 125वीं जयंती मना रहे हैं। अतीत से लेकर आज तक, ओडिशा ने देश को कितना सक्षम नेतृत्व दिया है, ये भी हमारे सामने है। आज ओडिशा की बेटी...आदिवासी समुदाय की द्रौपदी मुर्मू जी भारत की राष्ट्रपति हैं। ये हम सभी के लिए बहुत ही गर्व की बात है। उनकी प्रेरणा से आज भारत में आदिवासी कल्याण की हजारों करोड़ रुपए की योजनाएं शुरू हुई हैं, और ये योजनाएं सिर्फ ओडिशा के ही नहीं बल्कि पूरे भारत के आदिवासी समाज का हित कर रही हैं।

साथियों,

ओडिशा, माता सुभद्रा के रूप में नारीशक्ति और उसके सामर्थ्य की धरती है। ओडिशा तभी आगे बढ़ेगा, जब ओडिशा की महिलाएं आगे बढ़ेंगी। इसीलिए, कुछ ही दिन पहले मैंने ओडिशा की अपनी माताओं-बहनों के लिए सुभद्रा योजना का शुभारंभ किया था। इसका बहुत बड़ा लाभ ओडिशा की महिलाओं को मिलेगा। उत्कलर एही महान सुपुत्र मानंकर बिसयरे देश जाणू, एबं सेमानंक जीबन रु प्रेरणा नेउ, एथी निमन्ते एपरी आयौजनर बहुत अधिक गुरुत्व रहिछि ।

साथियों,

इसी उत्कल ने भारत के समुद्री सामर्थ्य को नया विस्तार दिया था। कल ही ओडिशा में बाली जात्रा का समापन हुआ है। इस बार भी 15 नवंबर को कार्तिक पूर्णिमा के दिन से कटक में महानदी के तट पर इसका भव्य आयोजन हो रहा था। बाली जात्रा प्रतीक है कि भारत का, ओडिशा का सामुद्रिक सामर्थ्य क्या था। सैकड़ों वर्ष पहले जब आज जैसी टेक्नोलॉजी नहीं थी, तब भी यहां के नाविकों ने समुद्र को पार करने का साहस दिखाया। हमारे यहां के व्यापारी जहाजों से इंडोनेशिया के बाली, सुमात्रा, जावा जैसे स्थानो की यात्राएं करते थे। इन यात्राओं के माध्यम से व्यापार भी हुआ और संस्कृति भी एक जगह से दूसरी जगह पहुंची। आजी विकसित भारतर संकल्पर सिद्धि निमन्ते ओडिशार सामुद्रिक शक्तिर महत्वपूर्ण भूमिका अछि।

साथियों,

ओडिशा को नई ऊंचाई तक ले जाने के लिए 10 साल से चल रहे अनवरत प्रयास....आज ओडिशा के लिए नए भविष्य की उम्मीद बन रहे हैं। 2024 में ओडिशावासियों के अभूतपूर्व आशीर्वाद ने इस उम्मीद को नया हौसला दिया है। हमने बड़े सपने देखे हैं, बड़े लक्ष्य तय किए हैं। 2036 में ओडिशा, राज्य-स्थापना का शताब्दी वर्ष मनाएगा। हमारा प्रयास है कि ओडिशा की गिनती देश के सशक्त, समृद्ध और तेजी से आगे बढ़ने वाले राज्यों में हो।

साथियों,

एक समय था, जब भारत के पूर्वी हिस्से को...ओडिशा जैसे राज्यों को पिछड़ा कहा जाता था। लेकिन मैं भारत के पूर्वी हिस्से को देश के विकास का ग्रोथ इंजन मानता हूं। इसलिए हमने पूर्वी भारत के विकास को अपनी प्राथमिकता बनाया है। आज पूरे पूर्वी भारत में कनेक्टिविटी के काम हों, स्वास्थ्य के काम हों, शिक्षा के काम हों, सभी में तेजी लाई गई है। 10 साल पहले ओडिशा को केंद्र सरकार जितना बजट देती थी, आज ओडिशा को तीन गुना ज्यादा बजट मिल रहा है। इस साल ओडिशा के विकास के लिए पिछले साल की तुलना में 30 प्रतिशत ज्यादा बजट दिया गया है। हम ओडिशा के विकास के लिए हर सेक्टर में तेजी से काम कर रहे हैं।

साथियों,

ओडिशा में पोर्ट आधारित औद्योगिक विकास की अपार संभावनाएं हैं। इसलिए धामरा, गोपालपुर, अस्तारंगा, पलुर, और सुवर्णरेखा पोर्ट्स का विकास करके यहां व्यापार को बढ़ावा दिया जाएगा। ओडिशा भारत का mining और metal powerhouse भी है। इससे स्टील, एल्युमिनियम और एनर्जी सेक्टर में ओडिशा की स्थिति काफी मजबूत हो जाती है। इन सेक्टरों पर फोकस करके ओडिशा में समृद्धि के नए दरवाजे खोले जा सकते हैं।

साथियों,

ओडिशा की धरती पर काजू, जूट, कपास, हल्दी और तिलहन की पैदावार बहुतायत में होती है। हमारा प्रयास है कि इन उत्पादों की पहुंच बड़े बाजारों तक हो और उसका फायदा हमारे किसान भाई-बहनों को मिले। ओडिशा की सी-फूड प्रोसेसिंग इंडस्ट्री में भी विस्तार की काफी संभावनाएं हैं। हमारा प्रयास है कि ओडिशा सी-फूड एक ऐसा ब्रांड बने, जिसकी मांग ग्लोबल मार्केट में हो।

साथियों,

हमारा प्रयास है कि ओडिशा निवेश करने वालों की पसंदीदा जगहों में से एक हो। हमारी सरकार ओडिशा में इज ऑफ डूइंग बिजनेस को बढ़ावा देने के लिए प्रतिबद्ध है। उत्कर्ष उत्कल के माध्यम से निवेश को बढ़ाया जा रहा है। ओडिशा में नई सरकार बनते ही, पहले 100 दिनों के भीतर-भीतर, 45 हजार करोड़ रुपए के निवेश को मंजूरी मिली है। आज ओडिशा के पास अपना विज़न भी है, और रोडमैप भी है। अब यहाँ निवेश को भी बढ़ावा मिलेगा, और रोजगार के नए अवसर भी पैदा होंगे। मैं इन प्रयासों के लिए मुख्यमंत्री श्रीमान मोहन चरण मांझी जी और उनकी टीम को बहुत-बहुत बधाई देता हूं।

साथियों,

ओडिशा के सामर्थ्य का सही दिशा में उपयोग करके उसे विकास की नई ऊंचाइयों पर पहुंचाया जा सकता है। मैं मानता हूं, ओडिशा को उसकी strategic location का बहुत बड़ा फायदा मिल सकता है। यहां से घरेलू और अंतर्राष्ट्रीय बाजार तक पहुंचना आसान है। पूर्व और दक्षिण-पूर्व एशिया के लिए ओडिशा व्यापार का एक महत्वपूर्ण हब है। Global value chains में ओडिशा की अहमियत आने वाले समय में और बढ़ेगी। हमारी सरकार राज्य से export बढ़ाने के लक्ष्य पर भी काम कर रही है।

साथियों,

ओडिशा में urbanization को बढ़ावा देने की अपार संभावनाएं हैं। हमारी सरकार इस दिशा में ठोस कदम उठा रही है। हम ज्यादा संख्या में dynamic और well-connected cities के निर्माण के लिए प्रतिबद्ध हैं। हम ओडिशा के टियर टू शहरों में भी नई संभावनाएं बनाने का भरपूर हम प्रयास कर रहे हैं। खासतौर पर पश्चिम ओडिशा के इलाकों में जो जिले हैं, वहाँ नए इंफ्रास्ट्रक्चर से नए अवसर पैदा होंगे।

साथियों,

हायर एजुकेशन के क्षेत्र में ओडिशा देशभर के छात्रों के लिए एक नई उम्मीद की तरह है। यहां कई राष्ट्रीय और अंतर्राष्ट्रीय इंस्टीट्यूट हैं, जो राज्य को एजुकेशन सेक्टर में लीड लेने के लिए प्रेरित करते हैं। इन कोशिशों से राज्य में स्टार्टअप्स इकोसिस्टम को भी बढ़ावा मिल रहा है।

साथियों,

ओडिशा अपनी सांस्कृतिक समृद्धि के कारण हमेशा से ख़ास रहा है। ओडिशा की विधाएँ हर किसी को सम्मोहित करती है, हर किसी को प्रेरित करती हैं। यहाँ का ओड़िशी नृत्य हो...ओडिशा की पेंटिंग्स हों...यहाँ जितनी जीवंतता पट्टचित्रों में देखने को मिलती है...उतनी ही बेमिसाल हमारे आदिवासी कला की प्रतीक सौरा चित्रकारी भी होती है। संबलपुरी, बोमकाई और कोटपाद बुनकरों की कारीगरी भी हमें ओडिशा में देखने को मिलती है। हम इस कला और कारीगरी का जितना प्रसार करेंगे, उतना ही इस कला को संरक्षित करने वाले उड़िया लोगों को सम्मान मिलेगा।

साथियों,

हमारे ओडिशा के पास वास्तु और विज्ञान की भी इतनी बड़ी धरोहर है। कोणार्क का सूर्य मंदिर… इसकी विशालता, इसका विज्ञान...लिंगराज और मुक्तेश्वर जैसे पुरातन मंदिरों का वास्तु.....ये हर किसी को आश्चर्यचकित करता है। आज लोग जब इन्हें देखते हैं...तो सोचने पर मजबूर हो जाते हैं कि सैकड़ों साल पहले भी ओडिशा के लोग विज्ञान में इतने आगे थे।

साथियों,

ओडिशा, पर्यटन की दृष्टि से अपार संभावनाओं की धरती है। हमें इन संभावनाओं को धरातल पर उतारने के लिए कई आयामों में काम करना है। आप देख रहे हैं, आज ओडिशा के साथ-साथ देश में भी ऐसी सरकार है जो ओडिशा की धरोहरों का, उसकी पहचान का सम्मान करती है। आपने देखा होगा, पिछले साल हमारे यहाँ G-20 का सम्मेलन हुआ था। हमने G-20 के दौरान इतने सारे देशों के राष्ट्राध्यक्षों और राजनयिकों के सामने...सूर्यमंदिर की ही भव्य तस्वीर को प्रस्तुत किया था। मुझे खुशी है कि महाप्रभु जगन्नाथ मंदिर परिसर के सभी चार द्वार खुल चुके हैं। मंदिर का रत्न भंडार भी खोल दिया गया है।

साथियों,

हमें ओडिशा की हर पहचान को दुनिया को बताने के लिए भी और भी इनोवेटिव कदम उठाने हैं। जैसे....हम बाली जात्रा को और पॉपुलर बनाने के लिए बाली जात्रा दिवस घोषित कर सकते हैं, उसका अंतरराष्ट्रीय मंच पर प्रचार कर सकते हैं। हम ओडिशी नृत्य जैसी कलाओं के लिए ओडिशी दिवस मनाने की शुरुआत कर सकते हैं। विभिन्न आदिवासी धरोहरों को सेलिब्रेट करने के लिए भी नई परम्पराएँ शुरू की जा सकती हैं। इसके लिए स्कूल और कॉलेजों में विशेष आयोजन किए जा सकते हैं। इससे लोगों में जागरूकता आएगी, यहाँ पर्यटन और लघु उद्योगों से जुड़े अवसर बढ़ेंगे। कुछ ही दिनों बाद प्रवासी भारतीय सम्मेलन भी, विश्व भर के लोग इस बार ओडिशा में, भुवनेश्वर में आने वाले हैं। प्रवासी भारतीय दिवस पहली बार ओडिशा में हो रहा है। ये सम्मेलन भी ओडिशा के लिए बहुत बड़ा अवसर बनने वाला है।

साथियों,

कई जगह देखा गया है बदलते समय के साथ, लोग अपनी मातृभाषा और संस्कृति को भी भूल जाते हैं। लेकिन मैंने देखा है...उड़िया समाज, चाहे जहां भी रहे, अपनी संस्कृति, अपनी भाषा...अपने पर्व-त्योहारों को लेकर हमेशा से बहुत उत्साहित रहा है। मातृभाषा और संस्कृति की शक्ति कैसे हमें अपनी जमीन से जोड़े रखती है...ये मैंने कुछ दिन पहले ही दक्षिण अमेरिका के देश गयाना में भी देखा। करीब दो सौ साल पहले भारत से सैकड़ों मजदूर गए...लेकिन वो अपने साथ रामचरित मानस ले गए...राम का नाम ले गए...इससे आज भी उनका नाता भारत भूमि से जुड़ा हुआ है। अपनी विरासत को इसी तरह सहेज कर रखते हुए जब विकास होता है...तो उसका लाभ हर किसी तक पहुंचता है। इसी तरह हम ओडिशा को भी नई ऊचाई पर पहुंचा सकते हैं।

साथियों,

आज के आधुनिक युग में हमें आधुनिक बदलावों को आत्मसात भी करना है, और अपनी जड़ों को भी मजबूत बनाना है। ओडिशा पर्व जैसे आयोजन इसका एक माध्यम बन सकते हैं। मैं चाहूँगा, आने वाले वर्षों में इस आयोजन का और ज्यादा विस्तार हो, ये पर्व केवल दिल्ली तक सीमित न रहे। ज्यादा से ज्यादा लोग इससे जुड़ें, स्कूल कॉलेजों का participation भी बढ़े, हमें इसके लिए प्रयास करने चाहिए। दिल्ली में बाकी राज्यों के लोग भी यहाँ आयें, ओडिशा को और करीबी से जानें, ये भी जरूरी है। मुझे भरोसा है, आने वाले समय में इस पर्व के रंग ओडिशा और देश के कोने-कोने तक पहुंचेंगे, ये जनभागीदारी का एक बहुत बड़ा प्रभावी मंच बनेगा। इसी भावना के साथ, मैं एक बार फिर आप सभी को बधाई देता हूं।

आप सबका बहुत-बहुत धन्यवाद।

जय जगन्नाथ!