প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বজুৰি কেৰালা আৰু মালায়ালী লোকসকলক পৱিত্ৰ উৎসৱ বিষুৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়: "কেৰালাৰ জনসাধাৰণলৈ মোৰ শুভেচ্ছা। এই পৱিত্ৰ অনুষ্ঠানত মই সমগ্ৰ বিশ্বৰ মালায়ালী জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। নতুন বছৰটোৱে আপোনালোক সকলোৰে বাবে স্বাস্থ্য আৰু সুখ কঢ়িয়াই আনক।"

  • Babla sengupta January 14, 2024

    Babla sengupta
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey

Media Coverage

Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 জুন 2025
June 08, 2025

PM Modi’s Vision of Women-led Development – Transforming Women into Nation Builders