প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশী বিশ্বনাথ আৰু বিহু উদযাপনৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ত নাগৰিকসকলে সকলে কৰা মন্তব্যৰ প্ৰতি সঁহাৰি জনাইছে।
পিতৃক কাশী বিশ্বনাথলৈ লৈ যোৱাৰ সুযোগ পোৱা এজন নাগৰিকৰ এক মন্তব্যৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:
"অতি সুন্দৰ!"
Lovely! https://t.co/SlgZceanLv
— Narendra Modi (@narendramodi) April 16, 2023
কেইদিনমান পূৰ্বে অসমত উদযাপিত বিহু সন্দৰ্ভত এজন নাগৰিকক উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:
"এৰা, এয়া এক বিহুৰ উদযাপন আছিল, যাক মই কেতিয়াও পাহৰিব নোৱাৰিম। ইয়াত বিহু কাৰ্যসূচীৰ উপৰিও অসম ভ্ৰমণৰ কেইখনমান ছবি দিয়া হৈছে।"
Yes, this was a Bihu celebration I will never forget. Here are some more pictures from the Assam visit in addition to the Bihu programme. https://t.co/UbSAB2dUfz pic.twitter.com/MitQFmGboQ
— Narendra Modi (@narendramodi) April 16, 2023