ভাৰতৰ জাপানী দূতাবাসে মন কী বাতৰ ১০০ তম খণ্ডৰ বাবে টুইট কৰিছিল। অনুষ্ঠানটোৰ প্ৰতি শুভেচ্ছা জনাই দূতাবাসে জাপানৰ স্বৰ্গীয় প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ 'মন কী বাত: এ ছ'চিয়েল ৰিভলিউচন অন ৰেডিঅ' নামৰ কিতাপখনৰ প্ৰস্তাৱনাত দিয়া বাৰ্তাটো স্মৰণ কৰে।

দূতাবাসে মন কী বাতৰ ৮৯ তম খণ্ডটোৰ বিষয়েও উল্লেখ কৰে, য'ত প্ৰধানমন্ত্ৰী মোদীয়ে এছিয়াৰ দেশসমূহত মহাভাৰত আৰু ৰামায়ণ মঞ্চস্থ কৰি অহা জাপানী শিল্পীসকলৰ উদ্ধৃতি দি ভাৰত-জাপান সাংস্কৃতিক সম্পৰ্কৰ প্ৰশংসা কৰে।

টুইট থ্ৰেডৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

"প্ৰশংসাসূচক বাৰ্তাৰ বাবে আৰু মোৰ বন্ধু স্বৰ্গীয় শ্ৰীযুত শ্বিনজো আবেক স্মৰণ কৰাৰ বাবে আপোনাক ধন্যবাদ।"

 

  • Chhedilal Mishra November 26, 2024

    Jai shrikrishna
  • Srikanta kumar panigrahi November 14, 2024

    indiaaaaaaa
  • parmar hitesh November 11, 2024

    Jay shree ram🙏
  • கார்த்திக் October 16, 2024

    🪷ஜெய் ஸ்ரீ ராம்🌺जय श्री राम💮જય શ્રી રામ🌺 🪷ಜೈ ಶ್ರೀ ರಾಮ್🪷జై శ్రీ రామ్🪷JaiShriRam🌸🙏🌸 🪷জয় শ্ৰী ৰাম🌸ജയ് ശ്രീറാം🪷ଜୟ ଶ୍ରୀ ରାମ🪷🪷
  • Devendra Kunwar September 29, 2024

    BJP
  • Pradhuman Singh Tomar July 11, 2024

    BJP 68
  • ram Sagar pandey July 05, 2024

    जय श्री राम
  • ram Sagar pandey July 05, 2024

    जय श्री राम
  • Vijay Kant Chaturvedi June 16, 2024

    jai ho
  • Pawan Jain April 17, 2024

    नमो नमो
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India Eyes Rs 3 Lakh Crore Defence Production By 2025 After 174% Surge In 10 Years

Media Coverage

India Eyes Rs 3 Lakh Crore Defence Production By 2025 After 174% Surge In 10 Years
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 মাৰ্চ 2025
March 26, 2025

Empowering Every Indian: PM Modi's Self-Reliance Mission