প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটী এইমছ সন্দৰ্ভত নাগৰিকৰ টুইটৰ উত্তৰ দিয়ে।
ৰাজেশ ভাৰতীয়ৰ এক টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ
“এইমছৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰাটো অতি সন্তোষজনক পদক্ষেপ আৰু স্বাস্থ্যসেৱাক অধিক সুলভ আৰু সহজ কৰি তোলাৰ বাবে আমি অধিক কাম কৰিম”।
Expanding the network of AIIMS has been a very satisfying initiative and we will do more to make healthcare more accessible and affordable. https://t.co/Xi74JBZevt
— Narendra Modi (@narendramodi) April 15, 2023
উত্তৰ-পূবত ছুপাৰ স্পেচিয়েলিটি ট্ৰিটমেণ্টৰ উপলব্ধতাৰ বিষয়ে টুইট কৰা অধ্যাপক (ডাঃ) সুধীৰ দাসক উদ্দেশ্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়,
"হয়, এই সুবিধাই উত্তৰ-পূবৰ মোৰ ভাই-ভনীসকলক বহুত সহায় কৰিব।"
Yes will greatly help my sisters and brothers of the Northeast. https://t.co/J6cuAirBNO
— Narendra Modi (@narendramodi) April 15, 2023
যোৰহাটৰ বাসিন্দা দিপাংকৰ পৰাশৰৰ এক টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে,
"উদ্বোধন কৰা বা আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ ফলত অসমৰ উন্নয়নৰ পথ আৰু অধিক মসৃণ হ’ব।"
Assam’s development trajectory will be further boosted with the works that were inaugurated or their foundation stones laid. https://t.co/weqNXyPKj7
— Narendra Modi (@narendramodi) April 15, 2023