প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১৮৯৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোত স্বামী বিবেকানন্দই দিয়া এটা বিখ্যাত ভাষণ শ্বেয়াৰ কৰে।
শ্ৰী মোদীয়ে কয় যে বিবেকানন্দই ভাৰতৰ বহুযুগ পুৰণি ঐক্য, শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰৱৰ্তন কৰিছে, যিয়ে আমাৰ প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"১৮৯৩ চনৰ আজিৰ দিনটোতে স্বামী বিবেকানন্দই চিকাগোত তেওঁৰ প্ৰতিষ্ঠিত ভাষণ প্ৰদান কৰে। তেওঁ ভাৰতৰ বহুযুগ পুৰণি ঐক্য, শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তা বিশ্বৰ আগত পৰিচয় কৰাই দিছে। তেওঁৰ বাক্যই প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে তথা ই আমাক ঐক্য আৰু সম্প্ৰীতিৰ শক্তিৰ কথা মনত পেলাই দিয়ে।"
On this day in 1893, Swami Vivekananda delivered his iconic address in Chicago. He introduced India’s ages old message of unity, peace and brotherhood to the world. His words continue to inspire generations, reminding us of the power of togetherness and harmony.…
— Narendra Modi (@narendramodi) September 11, 2024