প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম বাৰ্ষিকী উপলক্ষে পণ্ডিত ভীমসেন যোশীক স্মৰণ কৰে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"বহুমুখী প্ৰতিভাধৰ পণ্ডিত ভীমসেন যোশী জীৰ জন্ম শতবাৰ্ষিকীত তেওঁক স্মৰণ কৰিছো। তেওঁৰ কৰ্মৰাজিৰে তেওঁ ভাৰতীয় সংগীত আৰু সংস্কৃতিক জনপ্ৰিয়কৰণত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছিল। তেওঁ তদুপৰি তেওঁৰ উপস্থাপনৰ জৰিয়তে আমাৰ ৰাষ্ট্ৰক একত্ৰিত কৰিছিল।"
On his 100th birth anniversary, remembering the versatile Pandit Bhimsen Joshi Ji. Through his works, he made landmark contributions towards popularising Indian music and culture. He also brought our nation closer through his renditions.
— Narendra Modi (@narendramodi) February 4, 2022