প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাপুৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনত যিসকলে অংশগ্ৰহণ কৰিছিল আৰু আমাৰ স্বাধীনতা সংগ্ৰামক শক্তিশালী কৰিছিল, সেই সকলোকে স্মৰণ কৰে।
এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“বাপুৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনত যিসকলে অংশগ্ৰহণ কৰিছিল আৰু আমাৰ স্বাধীনতা সংগ্ৰামক শক্তিশালী কৰিছিল, সেই সকলোকে স্মৰণ কৰিছো।
বোম্বাইত ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণিতে মহাত্মা গান্ধীৰ ছবি ইয়াত দিয়া হ’ল।
(নেহৰু স্মৃতি সংগ্ৰহৰ পৰা সংগৃহীত)”
‘৯ আগষ্ট আমাৰ ৰাষ্ট্ৰীয় বিল্পৱৰ এক জলন্ত প্ৰতীক” লোকনায়ক জে পিয়ে কয়।’
“বাপুৰ পৰা অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ আন্দোলন জে পি, ড০ লোহিয়াৰ দৰে মহান ব্যক্তিকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ উল্লেখযোগ্য অংশগ্ৰহণৰ সাক্ষী হৈছিল।
Remembering all those who took part in the Quit India Movement under Bapu's leadership and strengthened our freedom struggle. pic.twitter.com/cWWB7KX57G
— Narendra Modi (@narendramodi) August 9, 2022
Here is picture of Mahatma Gandhi at the start of the Quit India Movement in Bombay. (Sourced from the Nehru Memorial Collection) pic.twitter.com/SRaar2c5iO
— Narendra Modi (@narendramodi) August 9, 2022
"August 9 has become a burning symbol of our national revolution” said Loknayak JP.
— Narendra Modi (@narendramodi) August 9, 2022
Inspired by Bapu, the Quit India Movement witnessed remarkable participation from people across all sections of society including greats like JP and Dr. Lohia. pic.twitter.com/zEldZhkRHp