Quoteগঁড় সংৰক্ষণৰ প্ৰচেষ্টাত জড়িত সকলোকে প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব গঁড় দিৱস উপলক্ষে গঁড় সুৰক্ষাৰ প্ৰতি দেশৰ দায়বদ্ধতাক পুনৰবাৰ দৃঢ়তাৰে উল্লেখ কৰিছে। ভাৰতত বৃহৎ সংখ্যক এশিঙীয়া গঁড় থকা অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিবলৈও তেওঁ দেশবাসীক আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্স হেণ্ডেলত এটা পোষ্ট উল্লেখ কৰি কয়,

আজি বিশ্ব গঁড় দিৱসত আমাৰ বিশ্বৰ অন্যতম চিনাকি প্ৰজাতি — গঁড়ক সুৰক্ষা দিয়াৰ প্ৰতিজ্ঞা পুনৰ লও আহক। বিগত বহু বছৰ ধৰি গঁড় সংৰক্ষণৰ প্ৰচেষ্টাত জড়িত সকলোকে অভিনন্দন ও কৃতজ্ঞতা জনাইছোঁ।

ভাৰতবৰ্ষত বৃহৎ সংখ্যক এশিঙীয়া গঁড় থকাটো অপৰিসীম গৌৰৱৰ বিষয়। অসমৰ কাজিৰঙা ভ্ৰমণৰ কথাও আন্তৰিকতাৰে স্মৰণ কৰি আপোনালোক সকলোকে সেই ঠাই ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছো।”

 

 

  • Gopal Singh Chauhan November 13, 2024

    jay shree ram
  • Yogendra Nath Pandey Lucknow Uttar vidhansabha November 12, 2024

    नमो नमो
  • ram Sagar pandey November 07, 2024

    🌹🙏🏻🌹जय श्रीराम🙏💐🌹जय माता दी 🚩🙏🙏🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹
  • Chandrabhushan Mishra Sonbhadra November 02, 2024

    shree
  • Chandrabhushan Mishra Sonbhadra November 02, 2024

    jay
  • Avdhesh Saraswat November 02, 2024

    HAR BAAR MODI SARKAR
  • Raghavendra singh yadav October 27, 2024

    jai shree ram
  • रामभाऊ झांबरे October 23, 2024

    NaMo
  • Raja Gupta Preetam October 21, 2024

    जय श्री राम
  • Vivek Kumar Gupta October 16, 2024

    नमो ..🙏🙏🙏🙏🙏
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Independence Day and Kashmir

Media Coverage

Independence Day and Kashmir
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in an accident in Dausa, Rajasthan
August 13, 2025
QuotePM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today condoled the loss of lives in an accident in Dausa, Rajasthan. He announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased and Rs. 50,000 to the injured.

The PMO India handle in post on X said:

“Deeply saddened by the loss of lives in an accident in Dausa, Rajasthan. Condolences to the families who have lost their loved ones. Praying for the speedy recovery of the injured.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”