বিশ্ব হস্তী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হস্তী সংৰক্ষণৰ প্ৰতিশ্ৰুতি দোঁহাৰে৷
কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱৰ টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;
“বিশ্ব হস্তী দিৱস উপলক্ষে আমি হস্তী সংৰক্ষণৰ প্ৰতিশ্ৰুতি দোঁহাৰিছোঁ, যিটো ভাৰতৰ চহকী প্ৰাকৃতিক ঐতিহ্যৰ সৈতে নিবিড়ভাৱে সম্পৰ্কিত৷ এই দিশত যিসকলে কাম আছে, মই তেওঁলোকক প্ৰশংসা কৰিছো৷ শেহতীয়াভাৱে মোৰ মধুমলাই ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল ভ্ৰমণত কেইটামান দৃশ্য শ্বেয়াৰ কৰিছো৷”
On World Elephant Day, we reiterate our commitment to protect the elephant, which is very closely associated with India’s rich natural heritage. I also appreciate all those working in this direction. Sharing some glimpses from my recent visit to the Mudumalai Tiger Reserve. 🐘 https://t.co/xcPrZ5uZy5 pic.twitter.com/kb8lKFl3W7
— Narendra Modi (@narendramodi) August 12, 2023