প্ৰসিদ্ধ অধিবক্তা শ্ৰী কেটিএছ তুলসী জীৰ মাতৃ প্ৰয়াত বলজিৎ কৌৰ তুলসী জীয়ে ৰচনা কৰা গ্ৰন্থ ‘শ্ৰী গুৰু গোবিন্দ সিং জীৰ ৰামায়ণ’ ৰ প্ৰথম ক’পিটো গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এলানি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “প্ৰসিদ্ধ অধিবক্তা শ্ৰী কেটিএছ তুলসী জীৰ মাতৃ প্ৰয়াত বলজিৎ কৌৰ তুলসী জীয়ে ৰচনা কৰা গ্ৰন্থ ‘শ্ৰী গুৰু গোবিন্দ সিং জীৰ ৰামায়ণ’ ৰ প্ৰথম ক’পিটো গ্ৰহণ কৰো। গ্ৰন্থখনি আইজিএনচিএয়ে প্ৰকাশ কৰিছে।
আমাৰ মত-বিনিময়ত, প্ৰাজ্ঞ শ্ৰী কেটিএছ তুলসী জীয়ে শিখধৰ্মৰ উদাৰ নীতি সন্দৰ্ভত কয় আৰু তদুপৰি গুৰবানী শবদ পাঠ কৰে। তেওঁৰ ব্যঞ্জনাই মোক চুই যায়। ইয়াত এটা অডিঅ’ আছে।“ https://t.co/0R9z836sLi "
Received the first copy of the book, ‘The Ramayana of Shri Guru Gobind Singh Ji’ penned by Late Mrs. Baljit Kaur Tulsi Ji, who is the mother of noted lawyer Shri KTS Tulsi Ji. The book has been published by IGNCA. pic.twitter.com/ZKdWJjcble
— Narendra Modi (@narendramodi) July 9, 2021
During our interaction, the learned Shri KTS Tulsi Ji spoke about the noble tenets of Sikhism and also recited Gurbani Shabad. I was touched by his gesture. Here is an audio. https://t.co/0R9z836sLi
— Narendra Modi (@narendramodi) July 9, 2021
ਉੱਘੇ ਵਕੀਲ ਸ਼੍ਰੀ ਕੇਟੀਐੱਸ ਤੁਲਸੀ ਜੀ ਦੀ ਮਾਂ ਸਵਰਗੀ ਸ਼੍ਰੀਮਤੀ ਬਲਜੀਤ ਕੌਰ ਤੁਲਸੀ ਜੀ ਦੁਆਰਾ ਲਿਖੀ ਪੁਸਤਕ ‘ਦ ਰਾਮਾਇਣ ਆਵ੍ ਸ੍ਰੀ ਗੁਰੂ ਗੋਬਿੰਦ ਸਿੰਘ ਜੀ’ ਦੀ ਪਹਿਲੀ ਕਾਪੀ ਪ੍ਰਾਪਤ ਕੀਤੀ। ਇਹ ਪੁਸਤਕ ਆਈਜੀਐੱਨਸੀਏ ਦੁਆਰਾ ਪ੍ਰਕਾਸ਼ਿਤ ਕੀਤੀ ਗਈ ਹੈ। pic.twitter.com/hP3rGUKQ5T
— Narendra Modi (@narendramodi) July 9, 2021
ਸਾਡੀ ਗੱਲਬਾਤ ਦੌਰਾਨ, ਫ਼ਾਜ਼ਲ ਸ਼੍ਰੀ ਕੇਟੀਐੱਸ ਤੁਲਸੀ ਜੀ ਨੇ ਸਿੱਖ ਧਰਮ ਦੇ ਨੇਕ ਸਿਧਾਂਤਾਂ ਬਾਰੇ ਗੱਲ ਕੀਤੀ ਅਤੇ ਗੁਰਬਾਣੀ ਸ਼ਬਦ ਗਾਇਨ ਵੀ ਕੀਤਾ। ਮੈਂ ਉਨ੍ਹਾਂ ਦੇ ਹਾਵ–ਭਾਵ ਤੋਂ ਪ੍ਰਭਾਵਿਤ ਹੋਇਆ। ਇਹ ਆਡੀਓ ਸੁਣੋ। https://t.co/0R9z836sLi
— Narendra Modi (@narendramodi) July 9, 2021