Quoteপ্ৰধানমন্ত্ৰী আলবানিজক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ
Quoteঅগ্ৰাধিকাৰ ভিত্তিত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দোঁহাৰিলে নেতাদ্বয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ ফোন কল লাভ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীক তেওঁৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনত অষ্ট্ৰেলিয়া ভ্ৰমণ আৰু যোৱা ছেপ্টেম্বৰ মাহত দিল্লীত অনুষ্ঠিত জি-২০  সন্মিলনৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী আলবানিজৰ সৈতে হোৱা বৈঠকৰ স্মৰণ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে একেলগে কাম কৰি ব্যাপক কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ বাবে আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাগ-বতৰা কৰা অগ্ৰাধিকাৰৰ ওপৰত ঘনিষ্ঠভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি দোঁহাৰে৷

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
For PM Modi, women’s empowerment has always been much more than a slogan

Media Coverage

For PM Modi, women’s empowerment has always been much more than a slogan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 মাৰ্চ 2025
March 08, 2025

Citizens Appreciate PM Efforts to Empower Women Through Opportunities