প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বামী সমৰ্থৰ স্মৃতিচিহ্ন লাভ কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে চৰকাৰে আমাৰ সমাজৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ সদায় কাম কৰি যাব।
‘এক্স’-ৰ এটা ‘পোষ্ট’ত শ্ৰী মোদীয়ে লিখিছে:
"আজি মই স্বামী সমৰ্থৰ স্মৃতিচিহ্ন উপহাৰ হিচাপে গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। মই এই স্মাৰক চিৰদিনৰ বাবে লালন কৰিম... তেওঁৰ মহৎ চিন্তা আৰু শিক্ষাই লাখ লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে। আমাৰ সমাজৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী বাস্তৱত পৰিণত কৰিবলৈ আমি সদায় চেষ্টা কৰি যাম।"
आज स्वामी समर्थ यांचे स्मृतिचिन्ह भेट म्हणून स्विकारण्याचे भाग्य मला लाभले. हे मी कायम जपणार आहे... त्यांचे उदात्त विचार आणि शिकवण कोट्यवधी लोकांना प्रेरणा देत आली आहे. त्यांचा आपल्या समाजाप्रति असलेला दृष्टिकोन प्रत्यक्षात आणण्यासाठी आम्ही सदैव प्रयत्नशील राहू. pic.twitter.com/iHu4HFVGNN
— Narendra Modi (@narendramodi) October 14, 2024