প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বহীদ দিৱস উপলক্ষে অসম আন্দোলনৰ সকলো অংশগ্ৰহণকাৰীৰ বীৰত্বপূৰ্ণ সাহসিকতাক স্মৰণ কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"আমাৰ ইতিহাসত অসম আন্দোলনৰ এক বিশেষ স্থান আছে। আজি শ্বহীদ দিৱসৰ দিনা এই আন্দোলনৰ সকলো অংশগ্ৰহণকাৰীৰ বীৰত্বপূৰ্ণ সাহসিকতাৰ কথা স্মৰণ কৰিছো। অসমৰ অনন্য সংস্কৃতি অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানক আমি কেতিয়াও পাহৰিব নোৱাৰো।"
The Assam Movement has a special place in our history. Today, on Swahid Diwas, I recall the heroic courage of all those who took part in this movement. We will never forget their contribution to preserve Assam’s unique culture.
— Narendra Modi (@narendramodi) December 10, 2022
আমাৰ ইতিহাসত অসম আন্দোলনৰ এক বিশেষ স্থান আছে। আজি শ্বহীদ দিৱসৰ দিনা এই আন্দোলনত অংশগ্ৰহণ কৰা সকলোৰে বীৰত্বপূৰ্ণ সাহসৰ কথা সোঁৱৰণ কৰিছো। অসমৰ অনন্য সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ।
— Narendra Modi (@narendramodi) December 10, 2022