প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে নৱৰাত্রিৰ মহা নৱমীত মা সিদ্ধিদাত্রীক আৰাধনা কৰিছে আৰু প্রত্যেকৰ বাবে আশীৰ্বাদ প্রার্থনা কৰিছে।
এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কৈছে, “নৱৰাত্রিৰ মহা নৱমীত মা সিদ্ধিদাত্রীৰ পূজা অর্চনা হয়। প্রার্থনা কৰিছো তেওঁৰ আশীৰ্বাদত প্রত্যেকৰে নিজ নিজ কার্য সিদ্ধি হওক। মা সিদ্ধিদাত্রীৰ ভক্তসকলৰ উদ্দেশ্যে তেওঁৰ এটি স্তুতি নিবেদন কৰিলো https://t.co/YYTr3oNm5Y।”
नवरात्रि में महानवमी के पावन अवसर पर मां सिद्धिदात्री की पूजा-अर्चना होती है। मेरी कामना है कि उनके आशीर्वाद से हर किसी को अपनी सिद्धि की प्राप्ति हो। माता के भक्तों के लिए उनकी यह स्तुति... pic.twitter.com/YYTr3oNm5Y
— Narendra Modi (@narendramodi) October 14, 2021