প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ নৱমীত দেৱী সিদ্ধিদাত্ৰীৰ প্ৰাৰ্থনা কৰে৷
এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
নৱৰাত্ৰিৰ সময়ত মাতৃ সিদ্ধিদাত্ৰীৰ প্ৰতি প্ৰণিপাত জনাইছো। তেওঁৰ কৃপাত সকলো উপাসকেই নিজৰ লক্ষ্যত উপনীত হওক৷ মাতৃ সিদ্ধিদাত্ৰীৰ এই স্তুতি আপোনালোক সকলোৰে বাবে…”
नवरात्रि में मां सिद्धिदात्री को कोटि-कोटि नमन। उनकी कृपा से सभी उपासकों को लक्ष्य-सिद्धि का आशीर्वाद मिले। मां सिद्धिदात्री की यह स्त्तुति आप सभी के लिए... pic.twitter.com/wxkyAW3vYr
— Narendra Modi (@narendramodi) October 11, 2024