প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ অষ্টম দিনা দেৱী মহাগৌৰীৰ ওচৰত পূজা অৰ্চনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে
"নৱৰাত্ৰিত মা মহাগৌৰীৰ চৰণ বন্দনা ! দেৱী মাৰ কৃপাত, তেওঁৰ সকলো ভক্তৰ জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰি পৰক,এই কামনাৰে তেওঁলৈ স্তুতি..."
नवरात्रि में मां महागौरी का चरण-वंदन! देवी मां की कृपा से उनके सभी भक्तों के जीवन में संपन्नता और प्रसन्नता बनी रहे, इसी कामना के साथ उनकी यह स्तुति... pic.twitter.com/Wuxd2N3AJ2
— Narendra Modi (@narendramodi) October 10, 2024