নৱৰাত্ৰিৰ চতুৰ্থ দিনা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱী কুশমাণ্ডাৰ ওচৰত প্ৰাৰ্থনা কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰি লিখিছে:
“নৱৰাত্ৰিৰ চতুৰ্থ দিনা কুশমাণ্ডা দেৱীলৈ প্ৰণাম! মাৰ কৃপাত সকলোৰে জীৱন আয়ুষ্মান হৈ পৰক, সেয়াই মোৰ কামনা। দেৱীলৈ প্ৰণাম।”
नवरात्रि के चौथे दिन देवी कूष्मांडा का चरण-वंदन! माता की कृपा से उनके सभी का जीवन आयुष्मान हो, यही कामना है। प्रस्तुत है उनकी यह स्तुति... pic.twitter.com/A5yZ6kVVH2
— Narendra Modi (@narendramodi) October 6, 2024